ETV Bharat / state

ৰঙিয়াৰ দুগৰাকী উচচ শিক্ষিত উদ‍্যোগী যুৱতী - RANGIA TWO GIRL started a package drinking industry

পিতৃৰ বিয়োগৰ পিছত পিতৃৰ উদ্যোগ স্থাপনৰ সপোন পূৰণ কৰিবলৈ ৰঙিয়াৰ দুই ভগ্নীয়ে নিজ প্ৰচেষ্টাৰে তৰণীত প্ৰতিষ্ঠা কৰিলে এটা পেকেজ ড্ৰিংকিং ৱাটাৰ" উদ‍্যোগ ৷

RANGIA TWO  ENTREPRENEUR GIRL started a package drinking industry
ৰঙিয়াৰ দুগৰাকী উচচ শিক্ষিত উদ‍্যোগী যুৱতী
author img

By

Published : Nov 27, 2019, 4:48 PM IST

ৰঙিয়া, 27 নৱেম্বৰ: সমাজৰ বাবে আদৰ্শ ৰঙিয়াৰ দুগৰাকী উচ্চ শিক্ষিত যুৱতী ৷ এগৰাকীৰ নাম ডাঃ হিমশিখা ভূঞা আন গৰাকী ময়ূৰী ভূঞা। ডাঃ হিমশিখা ভূঞা হৈছে এগৰাকী দন্ত চিকৎসক আৰু তেখেতৰে ভগ্নী ময়ূৰী ভূঞা আইন বিভাগৰ ছাত্ৰী। একেখন ঘৰৰেই দুই জীয়ৰীয়ে নিবনুৱা সমস্যাৰে জৰ্জৰিত সমাজখনৰ আগত দাঙি ধৰিছে এক সুন্দৰ নিদৰ্শন। পিতৃৰ বিয়োগৰ এবছৰ নৌহওঁতেই দুয়োগৰাকী ভগ্নীয়ে সম্পূৰ্ণ নিজাববীয়া প্ৰচেষ্টাৰে ৰঙিয়াৰ তৰণীত এটা "পেকেজ ড্ৰিংকিং ৱাটাৰ" উদ‍্যোগ স্থাপন কৰিছে । প্ৰয়াত পিতৃৰ পৰেশ চন্দ্ৰ ভূঞাৰ নাম দিয়া উদ‍্যোগটোত বৰ্তমান পাঁচজন কৰ্মচাৰীয়ে কাম কৰি আছে। পিতৃৰ উদ্যোগ স্থাপনৰ সপোন পূৰণ কৰিবলৈ এই দুই ভগ্নীয়ে যথেষ্ট প্ৰত্যাহ্বানৰ মাজেৰে উদ্যোগটো স্থাপন কৰিছে । পাঁচ মাহ পূৰ্বে উদ্যোগটো স্থাপন কৰাৰ পিছত প্ৰতিদ্বন্দী উদ্যোগ কৰ্তৃপক্ষৰ পৰা দুয়োগৰাকী যুৱতীয়ে ভাবুকিৰো সন্মুখীন হৈছে । কিন্তু তৎস্বত্বেও সাহসিকতাৰ পৰিচয় দি যুৱতী দুগৰাকীয়ে গুণগত মান উন্নত কৰি উদ্যোগটোৰ উৎপাদন দিনে দিনে বৃদ্ধি কৰি গৈছে । আগলৈ উৎপাদন আৰু ব্যৱসায় বৃদ্ধিৰ পৰিকল্পনা দুই ভগ্নীৰ। স্বামীৰ মৃত্যুৰ পিছত হতাশাত ভোগা মাতৃ বৰ্তমান দুই জীয়ৰীৰ এনে সফলতাত গৌৰৱান্বিত। নিবনুৱাসকলৰ বাবে এক সুন্দৰ নিদৰ্শন দাঙি ধৰা দুয়োগৰাকী যুৱতী নাৰী সবলীকৰণৰো এক অনন‍্য উদাহৰণ ।

ৰঙিয়াৰ দুগৰাকী উচচ শিক্ষিত উদ‍্যোগী যুৱতী

লগতে পঢ়ক:মহানগৰীৰ পদপথত কুকুৰৰ বাবে আশ্ৰয়গৃহ

Intro:ৰঙিয়াৰ দুগৰাকী উচচ শিক্ষিত উদ‍্যোগী যুৱতীBody:ৰঙিয়াৰ দুগৰাকী উচ্চ শিক্ষিত সুন্দৰী যুৱতী, এগৰাকীৰ নাম ডাঃ হিমশিখা ভূঞা আন গৰাকী ময়ূৰী ভূঞা। ডাঃ হিমশিখা ভূঞা হৈছে এগৰাকী দন্ত চিকৎসক আৰু ময়ূৰী ভূঞা আইন বিভাগৰ ছাত্ৰী। একেখন ঘৰৰেই দুই জীয়ৰীয়ে নিবনুৱা সমস্যাৰে জৰ্জৰিত সমাজখনৰ আগত ডাঙি ধৰিছে এক সুন্দৰ নিদৰ্শন। পিতৃৰ বিয়োগৰ এবছৰ নৌহওতে দুয়োগৰাকী ভগ্নীয়ে সম্পূৰ্ণ নিজাববীয়া প্ৰচেষ্টাৰে তৰণীত এটা Package Drinking Water ৰ উদ‍্যোগ স্থাপন কৰিছে। প্ৰয়াত পিতৃৰ নাম দিয়া উদ‍্যোগটোত বৰ্তমান পাঁচজন কৰ্মচাৰীয়ে কাম কৰি আছে। পিতৃৰ উদ্যোগ স্থাপনৰ সপোন পূৰণ কৰিবলৈ এই দুই ভগ্নীয়ে যথেষ্ট প্ৰত্যাহ্বানৰ মাজেৰে উদ্যোগটো স্থাপন কৰিছে । পাঁচ মাহ পূৰ্বে উদ্যোগটো স্থাপন কৰাৰ পিছত প্ৰতিদ্বন্দী উদ্যোগ কৰ্তৃপক্ষৰ পৰা দুয়োগৰাকী যুৱতীয়ে ভাবুকিৰো সন্মুখীন হৈছে । কিন্তু তৎস্বত্বেও সাহসীকতাৰ পৰিচয় দি যুৱতী দুগৰাকীয়ে গুণগত মান উন্নত কৰি উদ্যোগটোৰ উৎপাদন দিনে দিনে বৃদ্ধি কৰি গৈছে। আগলৈ উৎপাদন আৰু ব‍্যৱসায় বৃদ্ধিৰ পৰিকল্পনা আছে দুই ভগ্নীৰ। স্বামীৰ মৃত্যুৰ পিছত হতাশাত ভোগা মাতৃ দুই জীয়ৰীৰ এনে সফলতাত গৌৰৱান্বিত। নিবনুৱাসকলৰ বাবে এক সুন্দৰ নিদৰ্শন দাঙি ধৰা দুয়োগৰাকী যুৱতী নাৰী সবলিকৰণৰো অনন‍্য উদাহৰণ।
Bite:- ডাঃ হিমশিখা ভূঞা, মাতৃConclusion:বন্দনা শৰ্মা, ৰঙিয়া
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.