ETV Bharat / state

ৰঙিয়াত এম জি এনৰেগা আঁচনিৰ নামত ব্যাপক দুৰ্নীতিৰ অভিযোগ

খৰালি ধূলি আৰু বাৰিষা একাঠু বোকা-পানীৰে ভৰি পৰে পাঁচ লক্ষাধিক টকাৰে মেৰামতিৰ কাম আৰম্ভ হোৱা পথটি ৷

author img

By

Published : Nov 29, 2019, 12:51 PM IST

থটো সঠিকভাৱে নিৰ্মাণৰ দাবী ৰাইজৰ
ৰঙিয়াত পথ নিৰ্মাণত দুৰ্নীতিৰ অভিযোগ

ৰঙিয়া, 29 নৱেম্বৰ: এম জি এনৰেগা আঁচনিৰ নামত ব্যাপক দুৰ্নীতিৰ অভিযোগ উত্থাপিত হৈছে ৰঙিয়াৰ ধুহিবালাত ৷ লৰমা গৌৰহাটিৰ, উত্তৰ বৰলীয়া পাৰৰ পথটোৰ মেৰামতিৰ নামত ৰাইজে উত্থাপিত কৰিছে অভিযোগ ৷

অভিযোগ অনুসৰি, প্ৰায় পাঁচ লক্ষাধিক টকাৰে মেৰামতিৰ কাম আৰম্ভ হোৱা পথটি, খৰালি ধূলি আৰু বাৰিষা একাঠু বোকা পানীৰে ভৰি পৰে ৷ পথটোত মাত্ৰ কেইগাড়ীমান মাটি পেলায়েই দায়িত্ব সামৰিছে ঠিকাদাৰে ৷

ব্যাপক দুৰ্নীতিৰ অভিযোগ ৰাইজৰ
অতি নিম্ন মানৰ কামৰ ফলত জহি খহি যোৱা পথ

অতি নিম্ন মানৰ কামৰ বাবে জহি-খহি যোৱা পথটোৰ নিৰ্মাণৰ বাবে অহা সৰহখিনি টকা ঠিকাদাৰে আত্মাসাৎ কৰা বুলিও জানিবলৈ দিয়ে স্থানীয় ৰাইজে ৷

পথ মেৰামতিৰ নামত ব্যাপক দুৰ্নীতিৰ অভিযোগ

উল্লেখ্য যে, স্থানীয় ৰাইজে বিভাগীয় কৰ্তৃপক্ষক বহুবাৰ আবেদন-নিবেদন কৰিও কোনো সুফল লাভ কৰা নাই ৷ পথটো নিৰ্মাণৰ নামত হোৱা দুৰ্নীতিৰ তদন্তৰ লগতে পথটো সঠিকভাৱে নিৰ্মাণ কৰিবলৈ দাবী জনাইছে সচেতন ৰাইজে ৷

লগতে পঢ়ক: ধূলাত ভয়ংকৰ অগ্নিকাণ্ড

Intro:ৰঙিয়াৰ ধুহিবালাত এমজিএনৰেগাৰ আঁচনিৰ নামত ব্যাপক দুৰ্নীতি হোৱাৰ অভিযোগBody:ৰঙিয়াৰ ধুহিবালাত এম জি এনৰেগাৰ আঁচনিৰ নামত ব্যাপক দুৰ্নীতি হোৱাৰ অভিযোগ উত্থাপিত হৈছে। লৰমা গৌৰহাটিৰ উত্তৰ বৰলীয়া পাৰৰ পথটো মেৰামতিৰ নামত ব্যাপক দুৰ্নীতিৰ অভিযোগ ৰাইজৰ। খৰালি ধূলি আৰু বাৰিষা একাঠু বোকা পানীৰে পোত গৈ থকা ৰাস্তাটো শেহতীয়াভাৱে প্ৰায় পাঁচ লাখ টকাৰে নিৰ্মাণৰ বাবে এম জি এনৰেগাৰ আঁচনিৰ অধীনত পথ মেৰামতি কাম আৰম্ভ হৈছিল। কিন্তু প্ৰায় দুবছৰ আগতে নিৰ্মাণৰ কাম আৰম্ভ কৰা পথটোত মাত্ৰ কেইগাড়ী মান মাটি পেলায়েই দায়িত্ব সামৰিছে ঠিকাদাৰে। অতি নিম্ন মানৰ কাম কৰাৰ বাবে জহি খহি যোৱা পথটোৰ নিৰ্মানৰ বাবে অহা সৰহখিনি টকাই আত্মাসাৎ দুৰ্নীতি পৰায়ন ঠিকাদাৰৰ।স্থানীয় ৰাইজে বহুবাৰ বিভাগীয় কৰ্তৃপক্ষক আবেদন নিবেদন কৰিও কোনো সুফল লাভ নকৰিলে। এই পথটো নিৰ্মাণৰ নামত হোৱা দুৰ্নীতিৰ তদন্ত বিচাৰিছে ৰাইজে । লগতে আঁচনি অনুসৰি সঠিকভাৱে পথটো নিৰ্মাণ কৰিবলৈ দাবী জনায় ৰাইজে।
Bite:- স্থানীয় ৰাইজConclusion:বন্দনা শৰ্মা, ৰঙিয়া
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.