- মহানগৰীৰ কালীপুৰত অঘটন
- ৰে'লৰ খুন্দাত মৃত্যু এজনৰ
- লোকজনৰ ভৰি-হাত কটা অৱস্থাত প্ৰত্যক্ষ কৰে পথচাৰীয়ে
- পিছত স্থানীয় ৰাইজে খবৰ দিয়ে ভৰলুমুখ আৰক্ষীক
- আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে
- ইফালে বৰ্তমানো পৰিচয় জানিব পৰা হোৱা নাই মৃত লোকজনৰ
- লোকজনে আত্মহত্যা কৰা বুলিও সন্দেহ প্ৰকাশ কৰিছে একাংশইমহানগৰীত ৰে'লৰ খুন্দাত মৃত্যু 1 জনৰ
মহানগৰীত ৰে'লৰ খুন্দাত মৃত্যু এজনৰ - assam
মহানগৰীৰ কালীপুৰত ৰে'লৰ খুন্দাত মৃত্যু এজনৰ ৷ লোকজনৰ ভৰি-হাত কটা অৱস্থাত প্ৰত্যক্ষ কৰে পথচাৰীয়ে ৷ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে ৷
![মহানগৰীত ৰে'লৰ খুন্দাত মৃত্যু এজনৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3867967-thumbnail-3x2-k.jpg?imwidth=3840)
মহানগৰীত ৰে'লৰ খুন্দাত মৃত্যু 1 জনৰ
- মহানগৰীৰ কালীপুৰত অঘটন
- ৰে'লৰ খুন্দাত মৃত্যু এজনৰ
- লোকজনৰ ভৰি-হাত কটা অৱস্থাত প্ৰত্যক্ষ কৰে পথচাৰীয়ে
- পিছত স্থানীয় ৰাইজে খবৰ দিয়ে ভৰলুমুখ আৰক্ষীক
- আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে
- ইফালে বৰ্তমানো পৰিচয় জানিব পৰা হোৱা নাই মৃত লোকজনৰ
- লোকজনে আত্মহত্যা কৰা বুলিও সন্দেহ প্ৰকাশ কৰিছে একাংশইমহানগৰীত ৰে'লৰ খুন্দাত মৃত্যু 1 জনৰ
Intro:মহানগৰীৰ কালীপুৰত অঘটন। ৰেলৰ খুন্দাত মৃত্যু হয় এজন লোকৰ। লোকজনৰ ভৰি-হাত কটা অৱস্থাত প্ৰত্যক্ষ কৰে পথচাৰীয়ে। পিছত স্থানীয় ৰাইজে খবৰ দিয়ে ভৰলুমুখ আৰক্ষীক। আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ। ইফালে বৰ্তমানো পৰিচয় জানিব পৰা হোৱা নাই মৃত লোকজনৰ। লোকজনে আত্মহত্যা কৰা বুলিও সন্দেহ প্ৰকাশ কৰিছে একাংশই। উল্লেখযোগ্য যে আৰক্ষীৰ অনুসন্ধানৰ পিছতহে পোহৰলৈ আহিব এয়া দুৰ্ঘটনা নে আত্মহত্যা। Body:Hirul Haque Conclusion:Guwahati