ETV Bharat / state

কংগ্ৰেছক এইবাৰ ব্ৰহ্মপুত্ৰত পেলাব কুইন ওজাই

author img

By

Published : Mar 27, 2019, 7:00 PM IST

হাজোৰ বিধায়িকা সুমন হাৰিপ্ৰিয়াক লগত লৈ নিৰ্বাচনী প্ৰচাৰ চলালে বিজেপি প্ৰাৰ্থীগৰাকীয়ে

কুইন ওজাৰ নিৰ্বাচনী প্ৰচাৰ

কামৰূপ, 27 মাৰ্চ : সমাগত লোকসভা নিৰ্বাচনক লৈ এতিয়া তুংগত নিৰ্বাচনী প্ৰচাৰ অভিযান ৷ বুধবাৰে তীৰ্থনগৰী হাজোত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ উপস্থিত হয় গুৱাহাটী লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী কুইন ওজা ৷ হাজোৰ বিধায়িকা সুমন হাৰিপ্ৰিয়াক লগত লৈনিৰ্বাচনী প্ৰচাৰ চলালে বিজেপি প্ৰাৰ্থীগৰাকীয়ে ৷

কুইন ওজাৰ নিৰ্বাচনী প্ৰচাৰ
ইপিনে হাজোৰ চেঁচাৰ পৰা বৃহৎ সংখ্যক দলীয় কৰ্মীয়ে বাইক ৰেলীৰে হাজো মণ্ডলৰ বিজেপি কাৰ্যালয়লৈ আদৰণি আনে প্ৰাৰ্থীগৰাকীক ৷ ইপিনে দলীয় কাৰ্যালয়ৰ পৰা পোনে পোনে হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰৰ লগতে পোৱামক্কাত উপস্থিত হৈ আশীষ গ্ৰহণ কৰে প্ৰাৰ্থীগৰাকীয়ে ৷ আনহাতে হাজোত নিৰ্বাচনী প্ৰচাৰ চলাইয়ে হাজোবাসীয়ে কংগ্ৰেছক উৎখাত কৰি এইবাৰ ব্ৰহ্মপুত্ৰত নদীত পেলাই দিব মন্তব্য কৰিলে বিজেপি প্ৰাৰ্থীগৰাকীয়ে ৷

Slug- HAJO- QUEEN OJAH  CAMPAIGN

VO- লোকসভা নিৰ্বাচনৰ গৰম বতাহ আৰম্ভ হৈছে।  সমষ্টিয়ে সমষ্টিয়ে প্ৰাৰ্থীৰ নিৰ্বাচনী প্ৰচাৰ টুংগত উঠিছে। আজি পুৱাই গুৱাহাটী লোকসভা সমষ্টিৰ BJP প্ৰাৰ্থী কুইন ওজা উপস্থিত হল তীৰ্থ নগৰী হাজোত। বিধায়িকা সুমন হাৰিপ্ৰিয়াক কাষত লৈ কুইন ওজাৰ নিৰ্বাচনী প্ৰচাৰ। কংগ্ৰেছক উৎখাত কৰি ব্ৰহ্মপুত্ৰত পেলাই দিব কুইনে। পুত্ৰ স্নেহৰ বাবে AIUDF ৰ সৈতে মিত্ৰতা কৰা গগৈক সমালোচনা কুইন ওজাৰ বৃহৎ ভোটৰ ব্যৱধানত জয়ী হব বুলি দাবী কুইনৰ। হাজোৰ চেঁচাৰ পৰা বৃহৎ সংখ্যক BJP নেতা কৰ্মীয়ে বাইক ৰেলিৰে আদৰণি জনাই আনিলে হাজো মণ্ডল BJP কাৰ্যালয়লৈ। তাৰ পিছত কুইন ওজা উপস্থিত হল হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰত। হয়গ্ৰীৱ মাধৱ কেদাৰ কেদাৰ মন্দিৰত সেৱা ললে কুইনে। লগতে  পোৱামক্কা দৰ্গাহ শ্বৰীফত উপস্থিত হল কুইন ওজা। হাজোত BJP প্ৰাৰ্থী গৰাকীৰ প্ৰচাৰ অভিযানত ভাগ ললে কেইবা শতাধিক নেতা কৰ্মীয়ে।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.