ETV Bharat / state

ভুৱনেশ্বৰ কলিতাৰ স্থিতিক সমৰ্থন থানেশ্বৰ বড়োৰ - নাগৰিকত্ব সংশোধনী বিধেয়ক

ৰঙিয়াত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাত প্ৰতিবাদী সমদল ৷ প্ৰতিবাদী কাৰ্যসূচীত প্ৰাক্তন বিধায়ক তথা শিক্ষামন্ত্ৰী থানেশ্বৰ বড়ো , চিপিএম দলৰ নেতা বিবেকানন্দ অধিকাৰী, জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মতিউৰ ৰহমান প্ৰমুখ্যে কেইবাগৰাকীও সমাজ কৰ্মী আৰু দলসমূহৰ সদস্যসকলে।

ভূৱনেশ্বৰ কলিতাৰ স্থিতিক সমৰ্থন থানেশ্বৰ বড়োৰ
author img

By

Published : Apr 13, 2019, 7:19 PM IST

ৰঙিয়া ,13 এপ্ৰিল: নিৰ্বাচনী ব্যস্ততাৰ মাজতে ৰাজ্যত অব্যাহত আছে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা।ৰঙিয়াত নাগৰিকত্ব সংশোধনী বিধেয়ক 2016 ৰ বিৰুদ্ধে সজাগতাৰ প্ৰচাৰ। শনিবাৰে নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধী মঞ্চৰ উদ্যোগত ৰঙিয়াত সমদল উলিওৱা হয়। সমদলত আগভাগ লয় ৰঙিয়াৰ প্ৰাক্তন বিধায়ক তথা শিক্ষামন্ত্ৰী থানেশ্বৰ বড়োৱে, চিপিএম দলৰ নেতা বিবেকানন্দ অধিকাৰী, জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মতিউৰ ৰহমান প্ৰমুখ্যে কেইবাগৰাকীও সমাজ কৰ্মী আৰু দলসমূহৰ সদস্যসকলে।

ভূৱনেশ্বৰ কলিতাৰ স্থিতিক সমৰ্থন থানেশ্বৰ বড়োৰ

ৰঙিয়াৰ প্ৰগতি সংঘৰ পৰা আৰম্ভ হোৱা সমদলটোত বিধেয়ক খনৰ বিৰুদ্ধে শ্লোগান দি প্ৰায় শতাধিক মানুহে অংশগ্ৰহণ কৰে ৷ সমদলটোত সকলোৱে হাতে হাতে প্লে কাৰ্ড লৈ বিজেপিৰ বিৰুদ্ধে শ্লোগান দিয়ে।
উল্লেখযোগ্য যে বিগত কিছু দিনৰ পৰা থানেশ্বৰ বড়ো আৰু চিপিএম ৰ নেতা বিবেকানন্দ অধিকাৰীয়ে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধী মঞ্চৰ লগত জৰিত হৈ বিধেয়কখনৰ বিৰুদ্ধে মাত মাতি প্ৰকাৰন্তে ভুৱনেশ্বৰ কলিতাক সমৰ্থন জনোৱা পৰিলক্ষিত হয়৷

Intro:কেব বিৰোধী স্থিতিৰ বাবে ভুৱনেশ্বৰ কলিতাক সমৰ্থন থানেশ্বৰ বড়োৰBody:নিৰ্বাচনৰ দিন যিমানেই চমু চাপিছে, ৰঙিয়াত সিমানেই ৰজনৈতিক দলসমূহৰ প্ৰচাৰ তুংগত উঠিছে। ইয়াৰ মাজতে ৰঙিয়াত অব্যাহত আছে নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ ৰ বিৰুদ্ধে সজাগতাৰ প্ৰচাৰ। আজি নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধী মঞ্চৰ উদ‍্যোগত ৰঙিয়াত এক সমদল উলিওৱা হয়। সমদলত আগভাগ লয় ৰঙিয়াৰ প্ৰাক্তন বিধায়ক তথা শিক্ষা মন্ত্ৰি থানেশ্বৰ বড়ো, চিপিএম দলৰ নেতা বিবেকানন্দ অধিকাৰী, জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মতিউৰ ৰহমান প্ৰমুখ্যে কেইবাগৰাকীও সমাজ কৰ্মী আৰু দলসমূহৰ সদস‍্যসকল। ৰঙিয়াৰ প্ৰগতি সংঘৰ পৰা আৰম্ভ হোৱা সমদলটোত সকলোৱে বিধেয়ক খনৰ বিৰুদ্ধে শ্লোগান দি ৰঙিয়াৰ মাজেৰে যাত্ৰা কৰে। প্ৰায় শতাধিক মানুহে অংশগ্ৰহণ কৰা সমদলটোত সকলোৱে হাতে হাতে প্লে কাৰ্ড লৈ বিজেপিৰ বিৰুদ্ধে শ্লোগান দিয়ে।
উল্লেখযোগ‍্য যে যোৱা কিছু দিনৰ পৰা থানেশ্বৰ বড়ো আৰু চিপিএম ৰ নেতা বিবেকানন্দ অধিকাৰীয়ে কেব বিৰোধী মঞ্চৰ লগত জৰিত হৈ বিধেয়কখনৰ বিৰুদ্ধে মাত মাতি প্ৰকাৰন্তে ভুৱনেশ্বৰ কলিতাৰ সপক্ষে মুকলি কৈ মত আগবঢ়োৱা পৰিলক্ষিত হৈছে। bite:- থানেশ্বৰ বড়ো, মতিউৰ ৰহমানConclusion:ৰঙিয়াৰ পৰা বন্দনা শৰ্মা
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.