কামৰূপ,27 জুন: জুপুৰীতেই বছৰ বছৰ ধৰি চলি আহিছে উত্তৰ গুৱাহাটী অগ্নি আৰু আপাতকালীন সেৱা ৷ অগ্নি নিৰ্বাপনৰ প্ৰয়োজনীয় সামগ্ৰীৰ সৈতে সহবাস কৰিছে জোৱান সকলে । অগ্নি নিৰ্বাপনৰ প্ৰয়োজনীয় সামগ্ৰী সমূহ মজুত ৰাখিবলৈ নাই পৰ্যাপ্ত কোঠা ৷
জুপুৰীত চলিছে অগ্নিনিৰ্বাপক সেৱা - গুৱাহাটী
অগ্নি নিৰ্বাপনৰ প্ৰয়োজনীয় সামগ্ৰীৰ সৈতে সহবাস কৰিছে জোৱান সকলে । অগ্নি নিৰ্বাপনৰ প্ৰয়োজনীয় সামগ্ৰী সমূহ মজুত ৰাখিবলৈ নাই পৰ্যাপ্ত কোঠা ৷ কেৱল ইমানেই নহয় উত্তৰ গুৱাহাটী অগ্নি আৰু আপাতকালীন সেৱা কেন্দ্ৰই অগ্নি নিৰ্বাপনৰ বাবে ব্যৱহাৰ কৰা বাহন জহি খহি গৈছে ৰ'দে-বৰষুনে ।

KAMRUP
কামৰূপ,27 জুন: জুপুৰীতেই বছৰ বছৰ ধৰি চলি আহিছে উত্তৰ গুৱাহাটী অগ্নি আৰু আপাতকালীন সেৱা ৷ অগ্নি নিৰ্বাপনৰ প্ৰয়োজনীয় সামগ্ৰীৰ সৈতে সহবাস কৰিছে জোৱান সকলে । অগ্নি নিৰ্বাপনৰ প্ৰয়োজনীয় সামগ্ৰী সমূহ মজুত ৰাখিবলৈ নাই পৰ্যাপ্ত কোঠা ৷
জুপুৰীত চলিছে অগ্নিনিৰ্বাপক সেৱা
জুপুৰীত চলিছে অগ্নিনিৰ্বাপক সেৱা
Intro:*SLUG= NORTH GHY FIRE& EMERGENCY SERVICE STATION IN POOR CONDOTION*
👉কেনেদৰে চলিছে উত্তৰ গুৱাহাটী অগ্নি আৰু আপাতকালীন সেৱা কেন্দ্ৰ ।
👉জুপুৰিত আপাতকালীন আৰু অগ্নি নিৰ্বাপনৰ জোৱান ।
👉অগ্নি নিৰ্বাপনৰ সজুলি ৰাখিবলৈ নাই পৰ্যাপ্ত কোঠা ।
👉প্ৰখৰ ৰ'দে-বৰষুনে আপাতকালীন আৰু অগ্নি নিৰ্বাপনৰ গাড়ী ।
V/O= এই জুপুৰিতোলৈ মন কৰক ? এইটো কোনো পৰিয়ালৰ বাসগৃহ নহয় ? এইটো হৈছে উত্তৰ গুৱাহাটী অগ্নি আৰু আপাতকালীন সেৱা কেন্দ্ৰ । উল্লেখ্য যে উত্তৰ গুৱাহাটী নগৰ সমিতিৰ শিলসাঁকোস্থিত মুখ্য কাৰ্যলয়ৰ এটা জৰাজীৰ্ণ কোঠা আৰু জুপুৰিতেই বছৰ বছৰ ধৰি চলি অহা উত্তৰ গুৱাহাটী অগ্নি আৰু আপাতকালীন সেৱা কেন্দ্ৰটোৰ বৰ্তমানৰ দৃশ্য এয়া । এটা জৰাজীৰ্ণ কোঠা আৰু জুপুৰিতেই চলিছে উত্তৰ গুৱাহাটী অগ্নি আৰু আপাতকালীন সেৱা কেন্দ্ৰ । অগ্নি নিৰ্বাপনৰ প্ৰয়োজনীয় সামগ্ৰীৰ সৈতে সহবাস কৰিছে জোৱান সকলে । অগ্নি নিৰ্বাপনৰ প্ৰয়োজনীয় সামগ্ৰী সমূহ মজুত ৰাখিবলৈ নাই কোনোধৰন প্ৰৰ্যাপ্ত কোঠা । অস্বাস্থ্যকৰ পৰিৱেশৰ জুপুৰিটোৰ এটা অংশত ৰান্ধনী ঘৰ আনটো অংশত একাংশ জোৱানৰ সহবাস । কেৱল ইমানেই নহয় ? উত্তৰ গুৱাহাটী অগ্নি আৰু আপাতকালীন সেৱা কেন্দ্ৰই অগ্নি নিৰ্বাপনৰ বাবে ব্যৱহাৰ কৰা বাহন জহি খহি গৈছে ৰ'দে-বৰষুনে । প্ৰয়োজনীয় গেৰেজ নথকা বাবেই ৰ'দে-বৰষুনে পৰি থকাৰ পৰিপেক্ষিতত বিভিন্ন সময়ত গাড়ী দুখনত সৃষ্টি হয় বিজুতি। ইফালে, এনেবোৰ বিষয়ৰ ওপৰত অগ্নি আৰু আপাতকালীন সেৱা বিভাগৰ বৰমুৰীয়া সকলে কোনোধৰনৰ গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উঠিছে । প্ৰশ্ন হয় যিটো সময়ত ৰাজ্যৰ অগ্নি আৰু আপাতকালীন সেৱাক অত্যাধুনিক প্ৰযুক্তি তথা নিতৌ নতুন আঁচনিৰে আধুনিকীকৰন কৰাৰ নামত প্ৰচুৰ ধন খৰচ কৰা হৈছে সেই একে সময়তে উত্তৰ গুৱাহাটী অগ্নি আৰু আপাতকালীন সেৱা কেন্দ্ৰৰ বৰ্তমানৰ অৱস্থা প্ৰত্যক্ষ কৰাৰ পাছত সমগ্ৰ বিভাগটোৰ নগ্ন ছবিখন অধিক স্পষ্ট হৈ পৰিছে ।Body:.Conclusion:.