ETV Bharat / state

পুনৰ মহানগৰীত যানবাহন আৰক্ষীক আক্ৰমণ - গুৱাহাটী

বশিষ্ঠ যানবাহন আৰক্ষীৰ চাহিদ আমিন লস্কৰ নামৰ এজন আৰক্ষীৰ কনিষ্টবলক আক্ৰমণ দুৰ্বৃত্তৰ । AS01 DU 2368 নম্বৰৰ ক'লা পালচাৰ বাহনত অহা ৩ দুৰ্বৃত্তই আক্ৰমণ কৰে আৰক্ষীজনক ।

পুনৰ মহানগৰীত যানবাহন আৰক্ষীক আক্ৰমণ
author img

By

Published : Aug 9, 2019, 10:46 PM IST

গুৱাহাটী,9আগষ্টঃ বশিষ্ঠ যানবাহন আৰক্ষীৰ চাহিদ আমিন লস্কৰ নামৰ এজন আৰক্ষীৰ কনিষ্টবলক আক্ৰমণ দুৰ্বৃত্তৰ । AS01 DU 2368 নম্বৰৰ ক'লা পালচাৰ বাহনত অহা ৩ দুৰ্বৃত্তই আক্ৰমণ কৰে আৰক্ষীজনক । বশিষ্ঠ চাৰি আলিৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত কৰ্মৰত অৱস্থাত আক্ৰমণ কৰে কনিষ্টবল জনক । সম্প্ৰতি বশিষ্ঠ আৰক্ষীয়ে যান বাহন আৰক্ষীক আক্ৰমণ কৰা ফাইলো বাসুমতাৰী আৰু পংকজ ইংতিক গ্ৰেপ্তাৰ কৰিছে । অৱশ্যে বাইকত অহা আন এটা দুৰ্বৃত্তই পলায়ন কৰে ।

পুনৰ মহানগৰীত যানবাহন আৰক্ষীক আক্ৰমণ

উল্লেখ্য যে পালচাৰ বাইকখনত অহা 3 যুবকে যানবাহন নিয়ম উলংঘা কৰা বাবে যানবাহন আৰক্ষীজনে ৰাখিব খোজাত সংঘটিত হয় মাৰপিটৰ ঘটনা । ঐক্যবস্ত্ৰ ছিঙি যোৱাৰ লগতে গলেৰে তেজ ওলাই আৰক্ষী বিষয়াজনৰ ।

Intro:পুনৰ মহানগৰীত যানবাহন আৰক্ষীক আক্ৰমণৰ ঘটনা

Body:বশিষ্ঠ যানবাহন আৰক্ষীৰ চাহিদ আমিন লস্কৰ নামৰ এজন আৰক্ষীৰ কনিষ্টবলক আক্ৰমণ দুৰ্বৃত্তৰ । AS01 DU 2368 নম্বৰৰ কলা পালচাৰ বাহনত অহা ৩ জন দুৰ্বৃত্তই আক্ৰমণ কৰে আৰক্ষী জনক । বশিষ্ঠ চাৰি আলিৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাই পথত কৰ্মৰত অৱস্থাত আক্ৰমণ কৰে কনিষ্টবল জনক। সম্প্ৰতি বশিষ্ঠ আৰক্ষীয়ে যান বাহন আৰক্ষীক আক্ৰমন কৰা ফাইলো বাসুমতাৰী আৰু পংকজ ইংতিক গ্ৰেপ্তাৰ কৰে ।বাইকত আহা আন এজন পলায়ন কৰে । পালচাৰ বাহন খনত তিনিজন যুবক আহিছিল ।নাছিল হেলমেট আইন উলংঘা কৰা বাবে ৰখিব দিছিল যান বাহন আৰক্ষীৰ বিষয়া জনে । যাৰ ফলত সংঘটিত হয় মাৰপিটৰ ঘটনা । ঐক্যবস্ত্ৰ ছিঙি যোৱাৰ লগতে গলেৰে তেজ ওলাই । সম্প্ৰতি হেলথ চিটি হস্পিতাললৈ লস্কৰক চিকিৎসাৰ বাবে প্ৰেৰন কৰা হৈছে।

Conclusion:Asrar Ansari
Guwahati
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.