ETV Bharat / state

ছয়গাঁৱত ড্ৰাগছ সৰবৰাহকাৰী স্বামী-স্ত্ৰীক আটক - 10 চিচা ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয় ৷

ছয়গাঁৱৰ ভলুকাবাৰীত বৃহস্পতিবাৰে ড্ৰাগছ সৰবৰাহকাৰী স্বামী-স্ত্ৰীক আটক কৰা হয় ৷ বাইকৰে আহি থকা অৱস্থাত স্থানীয় ৰাইজে আটক কৰে দম্পতীক ৷

Police arrested drugs supply man
ছয়গাঁৱত ড্ৰাগছ সৰবৰাহকাৰী স্বামী-স্ত্ৰীক আটক
author img

By

Published : May 7, 2020, 12:20 PM IST

বকো, 7 মে' : লক্ ডাউনৰ মাজতে কামৰূপ জিলাৰ ছয়গাঁৱৰ ভলুকাবাৰীত ড্ৰাগছ সৰবৰাহকাৰী স্বামী-স্ত্ৰীক আটক কৰা হয় ৷

স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি, দাসপাৰা গাঁৱৰ জামাল উদ্দিন আৰু নুৰজাহান বেগম নামৰ মহিলা গৰাকী বাইকৰে আহি থকা অৱস্থাত সংঘটিত হয় এক দুৰ্ঘটনাৰ ৷ দুৰ্ঘটনাৰ পিছতে স্থানীয় ৰাইজে ড্ৰাগছ সৰবৰাহ কৰাৰ তথ্য লাভ কৰে ৷

ছয়গাঁৱত ড্ৰাগছ সৰবৰাহকাৰী স্বামী-স্ত্ৰীক আটক

পৰৱৰ্তী সময়ত স্থানীয় ৰাইজে দম্পতীক আৱদ্ধ কৰি জোৰ শিমুলী আৰক্ষীৰ হাতত গতাই দিয়ে ৷ আটক কৰা দম্পতীৰ পৰা আৰক্ষীয়ে 10 চিচা ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয় ৷

প্ৰাপ্ত তথ্য অনুসৰি তেওঁলোকে ঘোৰামাৰা পথাৰৰ কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী মহিদুল ইছলামৰ পৰা ক্ৰয় কৰিছিল নিষিদ্ধ ড্ৰাগছখিনি ৷

লগতে পঢ়ক : গেছ লিক হোৱাৰ ফলত বিশাখাপট্টনমত শিশুসহ মৃত্যু 8 গৰাকীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.