ETV Bharat / state

এন আৰ চিয়ে অসমীয়া জাতিক ৰক্ষা কৰিব নোৱাৰে : পীযুষ হাজৰিকা

author img

By

Published : Sep 6, 2019, 8:06 PM IST

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী চমুকৈ এন আৰ চিয়ে অসমীয়া জাতিক ৰক্ষা কৰিব নোৱাৰে বুলি মন্তব্য কৰিছে মন্ত্ৰী পীযুষ হাজৰিকাই ৷ এন আৰ চিক লৈ এনেদৰেই তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰে হাজৰিকাই ৷

এনআৰচিয়ে অসমীয়া জাতিক ৰক্ষা কৰিব নোৱাৰে, পীযুষ হাজৰিকা

আজাৰা, 6 ছেপ্তেম্বৰ : ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী চমুকৈ এন আৰ চিয়ে অসমীয়া জাতিক ৰক্ষা কৰিব নোৱাৰে বুলি মন্তব্য মন্ত্ৰী পীযুষ হাজৰিকাৰ ৷ এন আৰ চিক লৈ এনেদৰেই তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰে হাজৰিকাই ৷ জালিয়াতিৰে মৰিগাঁও জিলাৰ মিকিৰভিটাত বিদেশীৰ নাম অন্তৰ্ভূক্ত হৈছে বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ৷ নিজৰ সমষ্টিতে বিদেশীয়ে জালিয়াতিৰে নাম অন্তৰ্ভূক্ত কৰিছে বুলি মন্তব্য কৰে হাজৰিকাই ৷

এনআৰচিয়ে অসমীয়া জাতিক ৰক্ষা কৰিব নোৱাৰে, পীযুষ হাজৰিকা

বৰঝাৰ বিমান বন্দৰত এন আৰ চি সম্পৰ্কত মন্তব্য কৰি তেওঁ কয় যে, বিদেশী ন্যায়াধিকৰণৰ জৰিয়তে বিদেশী বুলি চিনাক্ত হোৱা লোকৰ নামো এন আৰ চিত প্ৰকাশ পাইছে লগতে এই সম্পৰ্কত ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাক উত্তৰ দিবলৈ দাবী কৰে মন্ত্ৰী হাজৰিকাই ৷ এই বিষয়ে উচ্চতম ন্যায়ালয়ক জনাব বুলি জানিবলৈ দিয়ে পীযুষ হাজৰিকাই ৷

Intro:NRCত বিদেশীৰ নাম নাম অন্তৰ্ভুক্ত হৈছে মৰিগাঁও জিলাৰ মিকিৰভিটাৰ ঘটনাই ইয়াৰ জলন্ত উদাহতণ । মই আৰম্ভণিৰে পৰাই কৈ আহিছিলো যে এইখন NRC য়ে অসমীয়া জাতিক বচাব নোৱাৰে ।"-মন্ত্ৰী পিষুজ হাজৰিকাBody:Ocvo..NRCক তীব্ৰ অসন্তুস্তি প্ৰকাশ ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পিষুজ হাজৰিকাৰ । "জালিয়াতিৰে যে NRCত বিদেশীৰ নাম নাম অন্তৰ্ভুক্ত হৈছে মৰিগাঁও জিলাৰ মিকিৰভিটাৰ ঘটনাই ইয়াৰ জলন্ত উদাহৰণ । মই আৰম্ভণিৰে পৰাই কৈ আহিছিলো যে এইখন NRC য়ে অসমীয়া জাতিক বচাব নোৱাৰে । মোৰ সমষ্টিটোত ও বিদেশীয়ে নাম জালিয়াতিৰে অন্তৰ্ভুক্ত কৰিছে ।" এই মন্তব্য ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পিয়ুজ হাজৰিকাই বৰঝাৰ বিমানবন্দৰত কৰে । এফটিত বিদেশী বুলি চিনাক্তকৰণ হোৱা ব্যক্তিৰ নাম কেনেকৈ NRC ত অন্তৰ্ভূক্ত হল তাৰ উত্তৰ দিবলৈ সমন্বয়ক প্ৰতীক হাজেলাক তাৰ উত্তৰ দিবলৈ আহ্বান জনাই ।Conclusion:আমি এই বিষয়ে চুপিম কৰ্টত জনাম বুলি সাংবাদিকৰ আগত মন্তব্য কৰে পিষুজ হাজৰিকাই ।

Bite...

দক্ষিণ কামৰূপ/আজাৰা পৰা অজয় দাস,etv bharat assam
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.