ETV Bharat / state

ৰঙিয়াত ব্যক্তিত্ব বিকাশৰ কৰ্মশালা

মুঠ 8 খন বিদ্যালয়ৰ প্ৰায় 250 গৰাকী ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে এই কাৰ্যসূচীত ৷

ৰঙিয়াত ব্যক্তিত্ব বিকাশৰ কৰ্মশালা
author img

By

Published : Jul 3, 2019, 4:47 AM IST

ৰঙিয়া,3 জুলাইঃ ৰঙিয়াৰ শংকৰদেৱ শিশু নিকেতনত অনুষ্ঠিত হয় ব্যক্তিত্ব গঠন আৰু ভৱিষ্যৎ শৈক্ষিক পৰিকল্পনা সম্পৰ্কে সজাগতা সভা ৷ দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ ব্যক্তিত্ব গঠনত সহায়ক হোৱাকৈ আয়োজন কৰা হয় এই কৰ্মশালাৰ ৷ মুঠ খন বিদ্যালয়ৰ প্ৰায় 250 গৰাকী ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে এই কাৰ্যসূচীত ৷ অনুষ্ঠানত সমল ব্যক্তি ৰূপে উপস্থিত থাকে কটন বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ডঃ ৰাতুল চন্দ্ৰ ৰাজখোৱাই ৷ ছাত্ৰ-ছাত্ৰীৰ চৰিত্ৰ গঠন, আচাৰ-আচৰণ, ভৱিষ্যতে সু-নাগৰিক হোৱাৰ ক্ষেত্ৰত দায়িত্ব , ভৱিষ্যত শৈক্ষিক পৰিকল্পনা আদিৰ বিষয়ে ব্যাখ্যা আগবঢ়াই ডঃ ৰাতুল চন্দ্ৰ ৰাজখোৱাই ৷ উক্ত কাৰ্যসূচীত গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰবক্তা ডঃ যোগেন কলিতা, জিবি টিউটৰিয়েল হোমৰ সঞ্চালক গিৰিশ মল্ল বৰুৱা , নিকেতন খনৰ প্ৰধান আচাৰ্য দিলীপ লহকৰ আদি উপস্থিত থাকে ।

Intro:ৰঙিয়াৰ শংকৰদেৱ শিশু নিকেতনত ব‍্যক্তিত্ব বিকাশৰ কৰ্মশালাBody: ৰঙিয়াৰ শংকৰদেৱ শিশু নিকেতনত উচ্চ মাধ্যমিক ছাত্র-ছাত্ৰীৰ ব্যক্তিত্ব গঠন আৰু ভৱিষ্যত শৈক্ষিক পৰিকল্পনা সম্পৰ্কে সজাগতা সভা । দশমমান শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ ব্যক্তিত্ব গঠনকলৈ এই কাৰ্যসূচীৰ আয়োজন । মুঠ ৮ খন বিদ্যালয়ৰ প্ৰায় ২৫০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে । এই কাৰ্যসূচীত সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰে কটন বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ডঃ ৰাতুল চন্দ্ৰ ৰাজখোৱাই । সমল ব্যক্তি ছাত্র-ছাত্ৰীৰ চৰিত্র গঠন , আচাৰ-আচৰণ , ভৱিষ্যত সু-নাগৰিক হোৱাৰ ক্ষেত্ৰত দায়িত্ব , ভৱিষ্যত শৈক্ষিক পৰিকল্পনা আদিৰ বিষয়ে বহল ব্যাখ্যা কৰে । কাৰ্যসূচীত গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰবক্তা ডঃ যোগেন কলিতা , জিবি টিউটৰিয়েল হোমৰ সঞ্চালক গিৰিশ মল্ল বৰুৱা , বিদ্যালয়খনৰ প্ৰধান আচাৰ্য দিলীপ লহকৰ আদি উপস্থিত থাকে ।

BITE : TEACHER/STUDENTConclusion:ৰঙিয়াৰ পৰা বন্দনা শৰ্মা
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.