ETV Bharat / state

দক্ষিণ কামৰূপত চুলাই বিৰুদ্ধে আবকাৰী আৰু আৰক্ষীৰ বৃহৎ অভিযান

দক্ষিণ কামৰূপৰ পলাশবাৰীৰ পুৰান কাৰিপাৰা আৰু মিৰ্জা বজাৰত বৃহস্পতিবাৰে আবকাৰী বিভাগে অভিযান চলাই প্ৰায় ১০ টা চুলাই মদৰ ঘাটি উৎখাত কৰে। অভিযানৰ সময়ত আৱকাৰী বিভাগে প্ৰায় ৫০০ কেজি চুলাই প্ৰস্তুত কৰা সামগ্ৰীৰ লগতে ২৫০ লিটাৰৰো অধিক চুলাই নষ্ট কৰে

author img

By

Published : Apr 4, 2019, 7:16 PM IST

দক্ষিণ কামৰূপত চুলাই বিৰুদ্ধে আবকাৰী আৰু আৰক্ষীৰ বৃহৎ অভিযান

পলাশবাৰী, ৪ এপ্ৰিলঃআবকাৰীৰ সহ পৰীক্ষক সতীশ বৰ্মনৰ নেতৃত্বত মিৰ্জা, ছয়গাঁও, আৰু বকো আবকাৰী চক্ৰই পলাশবাৰী আৰক্ষী থানাৰ সহযোগত চুলাইৰ ঘাটিত অভিযান চলায়। অভিযানকাৰী দলটোৱে চুলাইৰ লগতে চুলাই মদত প্ৰস্তুত কৰা বাচন-বৰ্তন, সামগ্ৰী নষ্ট কৰাত একাংশ লোকৰ সৈতে বাক-বিতণ্ডাৰো সৃষ্টি হয়।

দক্ষিণ কামৰূপত চুলাই বিৰুদ্ধে আবকাৰী আৰু আৰক্ষীৰ বৃহৎ অভিযান

উল্লেখ্য যে পুৰান কাৰিপাৰাৰ লগতে মিৰ্জা বজাৰ নিচেই কাষতে তিনি-চাৰিখন চৰকাৰী বিদ্যালয়ৰ লগতে মহাবিদ্যালয় অৱস্থিত। চুলাই ঘাটিকেইটাই দীৰ্ঘদিন ধৰি অঞ্চলটোত শৈক্ষিক পৰিৱেশৰ লগতে সামাজিক পৰিৱেশ বিনষ্ট কৰি আহিছিল। স্থানীয় লোকৰ অভিযোগৰ ভিত্তিত আবকাৰী বিভাগে পলাশবাৰী আৰক্ষী চকীৰ সহযোগত অভিযান চলাই চুলাই মদৰ ঘাটি কেইটা উৎখাত কৰে।

Slug:-A_Kam_Palshbari_Raid_For_wine_801-807_vis+bite+photo_Ajay_Das

দক্ষিণ কামৰূপত চুলাই মদৰ ঘাটিৰ বিৰুদ্ধে বৃহৎ অভিযান ।

Vo..গোলাঘাটত বিষাক্ত চুলাই খায় বহুতো লোক মৃত্যুমুখত পৰা ঘটনাই সমগ্ৰ দেশ জোকাৰি গৈছিল । তাৰ পিছতো শিক্ষা লোৱা চুলাই মদ বিক্ৰেতা তথা চুলাই মদ শেসনকাৰীয়ে । ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়াও চলি আছে চুলাইৰ ৰমৰমীয়া বেহা । আজি দক্ষিণ কামৰূপৰ পলাশবাৰীৰ পুৰান কাৰিপাৰা আৰু মিৰ্জাৰ বজাৰত আবকাৰী বিভাগে উৎখাত কৰে চুলাই মদৰ বৃহৎ ঘাটি । বৃহস্পতিবাৰে আবকাৰী বিভাগৰ মিৰ্জা আবকাৰী চক্ৰ,ছয়গাও আবকাৰী চক্ৰ,বকো আবকাৰী চক্ৰ আৰু পলাশবাৰী আৰক্ষী থানাৰ সহযোগত এটি বৃহৎ দলে উৎখাত কৰে দীৰ্ঘদিনে চলাই থকা চুলাৰ ঘাটি সমুহ । আবকাৰী সহপৰিক্ষক সতিশ বৰ্মনৰ নেতৃত্বত চলা এই অভিযান কালত ২৫০ লিটাৰৰো অধিক  চুলাই মদৰ লগতে চুলাই মদত প্ৰস্তুত কৰা বহু বাচন-বৰ্তন,সামগ্ৰী নষ্ট কৰে । ইয়াকে লৈ একাংশ লোকে আৰক্ষীৰ সৈতে এক বাক-বিতংকাতো লিপ্ত হৈছিল । এই চুলাই ঘাটিয়ে দীৰ্ঘদিন ধৰি অঞ্চলটোত শৈক্ষিক পৰিবেশৰ লগতে চুবুৰীয়াৰ পৰিৱেশো বিনষ্ট কৰি আহিছিল । উল্লেখ্য যে পুৰান কাৰিপাৰা অঞ্চলটি আৰু মিৰ্জা বজাৰৰ একেবাৰে গাতে লাগি আছে মহাবিদ্যালয়ৰ লগতে তিনি-চাৰিখন চৰকাৰী বিদ্যালয় ।

Bite..আবকাৰী সহপৰিক্ষক সতিশ বৰ্মন ।

দক্ষিণ কামৰূপ/আজাৰা পৰা অজয় দাস, etv bharat assam

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.