ETV Bharat / state

প্ৰশাসনৰ নিৰ্দেশত বন্ধ স্বস্তি হাস্পতালৰ বহিঃৰ্বিভাগ

author img

By

Published : Jul 3, 2020, 10:20 PM IST

কৰ’ণা মহামাৰীৰ গণ সংক্ৰমণ ৰোধৰ উদ্দেশ্যে প্ৰশাসনে অস্থায়ীৰূপে বন্ধ কৰে ৰঙিয়াস্থিত স্বস্তি হাস্পতালৰ বহিঃৰ্বিভাগ ৷ চিকিৎসালয়খনত কৰ্মৰত এগৰাকী নাৰ্চৰ দেহত Covid 19 ৰ উপস্থিতি ধৰা পৰাৰ পিছত প্ৰশাসনে এই সিদ্ধান্ত গ্ৰহণ কৰে ৷

OPD Of swasti hospital has been closed by administration due to covid 19 rangia kamrup assam etv bharat news
প্ৰশাসনৰ নিৰ্দেশত বন্ধ স্বস্তি হাস্পতালৰ বহিৰ্বিভাগ

ৰঙিয়া,3 জুলাই: কামৰূপ জিলাৰ ৰঙিয়াস্থিত স্বস্তি হাস্পতালত এগৰাকী নাৰ্চৰ দেহত ধৰা পৰিছে Covid 19 ৰ উপস্থিতি ৷ গণ সংক্ৰমণৰ পৰা ৰক্ষা কৰিবলৈ মুৰাৰাস্থিত হাস্পতালখনৰ বহিঃৰ্বিভাগটো সাময়িকভাৱে বন্ধ কৰি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে প্ৰশাসনে ৷ সমান্তৰালকৈ প্ৰশাসনে সমগ্ৰ হাস্পতাল চৌহদটো চেনিটাইজ কৰাৰ লগতে আক্ৰান্তৰ সংস্পৰ্শলৈ অহা অন্য দহগৰাকী নাৰ্চক কোৱাৰেণ্টাইন কৰাৰ ব্যৱস্থা কৰে ৷ পূৰ্বতে চিকিৎসালয়খনৰ তিনিগৰাকী ৰোগীৰ দেহত ধৰা পৰিছিল কৰ’ণা ভাইৰাছৰ উপস্থিতি ৷

লগতে চাওকঃ ৰকিবুল হুছেইনো হ'ব লাগিব নেকি হোম কোৱাৰেণ্টাইন !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.