ETV Bharat / state

বাইহাটাত জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ মৃত্যু এজনৰ - বাইহাটা চাৰিআলি

অব্যাহত আছে জাপানীজ এনকেফেলাইটিছৰ ত্ৰাস ৷ বাইহাটাত সোমবাৰে পুনৰ মৃত্যু এজনৰ ৷

জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ মৃত্যু এজনৰ
author img

By

Published : Jul 8, 2019, 4:20 PM IST

কামৰূপ,8 জুলাই : ৰাজ্যজুৰি অব্যাহত আছে জাপানীজ এনকেফেলাইটিছৰ ত্ৰাস ৷ সোমবাৰে পুনৰ জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ মৃত্যু ঘটে এজন লোকৰ ৷ বাইহাটা চাৰিআলিৰ মান্দাকাটা শিমেলীবাৰী গাঁৱৰ ৰহিমুদ্দিন নামৰ এগৰাকী লোকে বিগত ২৪ জুনৰ পৰা গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ সোমবাৰে মৃত্যুক সাৱতি লয় ।

জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ মৃত্যু এজনৰ

ইপিনে প্ৰথম অৱস্থাত লোকজনক গুৱাহাটীৰ আৰ্য নাৰ্চিং হোমত চিকিৎসাধীন হৈ আছিল আৰু চিকিৎসাধীন অৱস্থাত বিভিন্ন পৰীক্ষা-নিৰীক্ষা চলোৱা হৈছিল যদিও হাস্পতাল কৰ্তৃপক্ষই জাপানীজ এনকেফেলাইটিছ ধৰা পৰাৰ পিচতো ৰোগী গৰাকীৰ আত্মীয়ক অৱগত নকৰাৰ অভিযোগ আত্মীয়ৰ ৷ আনফালে অঞ্চলটোত জাপানীজ এনকেফেলাইটিছৰ ধৰা পৰাৰ পাচতো স্বাস্থ্য বিভাগে কোনো ধৰণৰ প্ৰতিৰোধৰ ব্যৱস্থা নকৰাৰ অভিযোগ মৃতলোকজনৰ আত্মীয়ৰ ।

Intro:Baihata Japanis Dead

V/O:---পুনৰ বাইহাটা চাৰিআলিত জাপানীজ এনকেফেলাইটীজত এজনৰ মৃত্যু । বাইহাটা চাৰিআলিৰ মান্দাকাটা শিমেলীবাৰি গাৱৰ ৰহিমুদ্দিন নামৰ এই গৰাকী যোৱা ২৪ জুনৰ পৰা গৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছিল । প্ৰথম অৱস্থাত গুৱাহাটীৰে এখন আগশাৰীৰ ব্যক্তিগত চিকিৎসালয় আৰ্য্য নাৰ্চিং হোমত চিকিৎসাধীন হৈ থকা অৱস্থাত বিভিন্ন পৰীক্ষানিৰীক্ষা কৰাত জাপানীজ এনকেফেলাইটীজ ধৰা পৰাৰ পিচতো ৰোগী গৰাকীৰ আত্মীয়ক নজনোৱাৰ আনিছে অভিযোগ ।
Byte:---
V/O:---আনফালে অঞ্চলটোত জাপানীজ এনকেফেলাইটীজ ধৰা পৰাৰ পিচতো স্বাস্থ্য বিভাগে কোনো ধৰনৰ প্ৰতিৰোধৰ ব্যৱস্থা নকৰা বুলি আনিছ অভিযোগ ।
বাইট:----Body:.Conclusion:.
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.