ETV Bharat / state

ৰঙিয়াত তিনি হাজাৰ লোকৰ নাম নাই এন আৰ চিৰ চূড়ান্ত খচৰাত ! - 1951 চনৰ লিগেচী দাতা

1951 চনৰ লিগেচী দাতা থকাৰ পিচতো কেইবাগৰাকী লোকৰ নাম বাদ NRCৰ পৰা ৷ ৰঙিয়াত তিনি হাজাৰ লোকৰ নাম নাই চূড়ান্ত NRCত ৷ লগতে সকলো আসোঁৱাহবোৰ দূৰ কৰিবলৈ দাবী জনাইছে বৃহত্তৰ অঞ্চলটোৰ ৰাইজে ৷

ঙিয়াত তিনি হাজাৰ লোকৰ নাম নাই চূড়ান্ত NRCত
author img

By

Published : Sep 1, 2019, 3:18 PM IST

ৰঙিয়া, 1 ছেপ্তেম্বৰ : 31 আগষ্টত প্ৰকাশ পালে NRC ৰ চূড়ান্ত খচৰা ৷ সদ্য প্ৰকাশিত NRCৰ চূড়ান্ত খচৰাত ধৰা পৰিছে কিছু বিসংগতি ৷ 1951 চনৰ লিগেচী দাতা থকাৰ পিচতো কেইবাগৰাকী লোকৰ নাম বাদ পৰিল NRCৰ পৰা ৷ ৰঙিয়া বিধান সভা সমষ্টিৰ অন্তৰ্গত খন্দিকৰ, কাউৰবাহা, চেনিমৰা, বিহাপাৰা ধেপাৰগাও, দলংঘাট, চিৰাখুন্দি আদি অঞ্চলৰ প্ৰায় তিনি হাজাৰ লোকৰ নাম কৰ্তন কৰা হৈছে NRC ৰ চূড়ান্ত খচৰাৰ পৰা ৷

ঙিয়াত তিনি হাজাৰ লোকৰ নাম নাই চূড়ান্ত NRCত

আনহাতে এন আৰ চি কেন্দ্ৰ সমূহৰ দাতা অপাৰেটৰৰ ভুলৰ বাবেই বহু পৰিয়ালৰ মাতৃৰ নামৰ ঠাইত পত্নীৰ নাম, স্বামীৰ ঠাইত শহুৰেকৰ নাম অহাত অঞ্চলজুৰি বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । প্ৰয়োজনীয় নথি-পত্ৰ থকাৰ পিচতো চূড়ান্ত খচৰাত নাম ৰৈ যোৱা ব্যক্তি সকলে অহা 7 ছেপ্তেম্বৰত প্ৰকাশ পাবলগীয়া তালিকাত নিজৰ নাম অন্তৰ্ভুক্তিৰ দাবী জনাইছে ৷ লগতে সকলো আসোঁৱাহবোৰ দূৰ কৰিবলৈ দাবী জনাইছে বৃহত্তৰ অঞ্চলটোৰ ৰাইজে ৷

Intro:৫১ চনৰ নিজৰ নামত লিগেচী ডাটা থকাৰ পিছতো এন আৰ চি ৰ পৰা নাম বাদ পৰিলBody:চৰম বিসঙ্গতিৰে প্ৰকাশ পালে NRC ৰ চূড়ান্ত খচৰা। ৰঙিয়া সমষ্টিত বিসঙ্গতিপূৰ্ণ ভাৱে প্ৰকাশ হোৱা NRC ৰ চূড়ান্ত তালিকাত ৰৈ গ'ল বহু লোকৰ নাম । ৰঙিয়া বিধান সভা সমষ্টিৰ অন্তৰ্গত খন্দিকৰ , কাউৰবাহা ,চেনিমৰা, বিহাপাৰা ধেপাৰগাও , দলংঘাট ,চিৰাখুন্দি আদি অঞ্চলৰ প্ৰায় তিনি হাজাৰ লোকৰ নাম কৰ্তন কৰা হৈছে NRC ৰ খচৰাৰ পৰা। অঞ্চলটোৰ লোকসকলে জানিবলৈ দিয়া মতে ১৯৫১ চনৰ লিগেচী দাতা থকাৰ পিছতো কেইবাগৰাকী লোকৰ নাম নাহিল NRC ত । অথচ নাম কৰ্তন হোৱা প্ৰায়খিনি লোকৰ পৰিয়ালৰ অন্য সদস্যৰ নাম এন আৰ চি ত ইতিমধ্যে সন্নিবিষ্ট হৈছে। আনহাতে এন আৰ চি কেন্দ্ৰ সমূহৰ দাতা অপাৰেটৰ ভুলৰ বাবেই বহু পৰিয়ালৰ মাতৃৰ নামৰ ঠাইত পত্নীৰ নাম, স্বামীৰ ঠাইত শহুৰেকৰ নাম অহাত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । সকলো তথ্য পাতি থকাৰ পিছতো চূড়ান্ত তালিকাত নাম ৰৈ যোৱা ব্যক্তি সকলৰ নাম ৭ চেপ্তেম্বৰত প্ৰকাশ পাবলগীয়া তালিকাত অন্তৰ্ভুক্তিৰ দাবী জনাইছে ৰাইজে। লগতে আসোঁৱাহ বোৰো দূৰ কৰিবলৈ দাবী জনাইছে বৃহত্তৰ অঞ্চলটোৰ ৰাইজে।Conclusion:বন্দনা শৰ্মা, ৰঙিয়া
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.