ETV Bharat / state

আৰম্ভ হ’ব নৰ্থ ইষ্ট ফুড টেক 2019 - ফুড টেক ইণ্ডিয়া

ফুড টেক ইণ্ডিয়াৰ উদ্যোগত 13 জুনৰ পৰা 16 জুনলৈ অনুষ্ঠিত হ’ব নৰ্থ ইষ্ট ফুড টেক 2019 ৷

ETV BHARAT
author img

By

Published : Jun 11, 2019, 5:42 AM IST

  • দ্বিতীয়বাৰৰ বাবে চাৰিদিনীয়াকৈ অনুষ্ঠিত হ’ব নৰ্থ ইষ্ট ফুড টেক 2019
  • 13 জুনৰ পৰা 16 জুনলৈকে গুৱাহাটীৰ মণিৰাম দেৱান ট্ৰেড চেন্টাৰত অনুষ্ঠিত হ’ব এই প্ৰদৰ্শনী অনুষ্ঠান
  • ভাৰতৰ ভিন্ন প্ৰান্তৰ ৯০ টা প্ৰতিষ্ঠানে প্ৰদৰ্শন কৰিব তেওঁলোকৰ সামগ্ৰীসমূহ
  • অসম, অৰুণাচল, মেঘালয়, পশ্চিমবংগৰ লগতে আন বহু ৰাজ্যৰ ব্যৱসায়ীয়ে অংশগ্ৰহণ কৰিব নৰ্থ ইষ্ট ফুড টেক 2019 ত
  • সোমবাৰে মহানগৰীৰ প্ৰেছ ক্লাৱত সংবাদমেল সম্বোধন কৰি এই কথা প্ৰকাশ কৰে হোটেল এণ্ড ৰেষ্টুৰেণ্ট এচ’ছিয়েশ্যনৰ সভাপতি দীপক জালানে ৷
    আৰম্ভ হ’ব নৰ্থ ইষ্ট ফুড টেক 2019

13 জুনৰ পৰা 16 জুনলৈ মনিৰাম দেৱান ট্ৰেড চেন্টাৰত অনুষ্টিত হ'ব নৰ্থ ইষ্ট ফুড টেক 2019 ৷ ফুড টেক ইণ্ডিয়াৰ উদ্যোগত অনুষ্ঠিত হব লগা এই ফুড টেক এইবাৰ দ্বিতীয় বাৰৰ বাবে অনুষ্ঠিত হ'ব ৷ সোমবাৰে গুৱাহাটী প্ৰেছক্লাৱত এক সংবাদমেল আয়োজন কৰি এই অনুষ্ঠানৰ বিষয়ে অৱগত কৰে হোটেল এণ্ড ৰেষ্টুৰেণ্ট এছ'ছিয়েচন অফ অসমৰ সভাপতি দীপক জালানে ৷এই ফুড টেকত ভাৰতৰ ভিন্ন প্ৰান্তৰ ৯০ টা প্ৰতিষ্ঠানে তেওঁলোকৰ সামগ্ৰী প্ৰদৰ্শন কৰিব ৷ অসম, অৰুনাচল, মেঘালয় পশ্চিমবংগৰ লগতে আন বহু ৰাজ্যৰ ব্যৱসায়ীয়ে অংশ লব বুলি অৱগত কৰিছে উদ্যোক্তা সকলে ৷

Lipika deka...Guwahati
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.