ETV Bharat / state

লক ডাউন অমান্য কৰি স্বাস্থ্য বিভাগৰ বাছনি পৰীক্ষা !

author img

By

Published : Jul 2, 2020, 3:38 PM IST

স্বাস্থ্য বিভাগত নতুনকৈ খালী হ'ব লগীয়া পদৰ বাবে অনুস্থিত হোৱা বাছনি পৰীক্ষা কেন্দ্ৰত হাজাৰ-হাজাৰ লোকৰ অংশ গ্ৰহণ ৷ উপস্থিত লোক সকলৰ মাজত নাই কোনো সামাজিক দূৰত্ব অথবা লক ডাউনৰ কোনো নিয়ম-নীতি ৷

No Social Distance in Medical Intervew Center At Ajara
লক ডাউন অমান্য কৰি স্বাস্থ্য বিভাগৰ বাছনি পৰীক্ষা !

দক্ষিণ কামৰূপ, 2 জুলাইঃ দক্ষিণ কামৰূপৰ মিৰ্জাত অনুস্থিত হোৱা স্বাস্থ্য বিভাগৰ বাছনি পৰীক্ষা দিবলৈ অহা লোক সকলৰ মাজত দেখা গল এক ভয়ংকৰ ছবি ৷ বাছনি পৰীক্ষা দিবলৈ অহা লোক সকলৰ মাজত নাই কোনো সামাজিক দূৰত্ব অথবা লক ডাউনৰ কোনো নীতি নিয়ম ৷

সমগ্ৰ বিশ্বৰ লগতে ৰাজ্যতো দ্ৰুত গতিত বাঢ়িছে কৰ'ণাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা । ইতিমধ্যে চৰকাৰ প্ৰশাসনে গুৱাহাটীত 14 দিন পুনৰ লক ডাউন ঘোষণা কৰিছে । সেই সময়তেই দক্ষিণ কামৰূপৰ মিৰ্জাত দেখা গ'ল এক ভয়ংকৰ দৃশ্য ।

উল্লেখ্য যে, স্বাস্থ্য বিভাগত নতুনকৈ হ'ব লগীয়া কৰ'ণা চিকিৎসালয়ৰ স্বাৱ পৰীক্ষা কেন্দ্ৰত খালী পদৰ বাবে দক্ষিণ কামৰূপ কলেজত বৃহস্পতিবাৰে অনুস্থিত অনুস্থিত হৈছিল বাছনি পৰীক্ষা ৷ অনুষ্ঠিত হোৱা বাছনী পৰীক্ষা দিবলৈ অহা লোক সকলে কোনো ধৰণ সামাজিক দূৰত্ব নৰখাৰ উপৰিও গাতে-গা লগাই থিয় হৈ থকা দেখিবলৈ পোৱা যায় ৷ আনহাতে এই বাছনি পৰীক্ষাত সামজিক দূৰত্ব নিয়ন্ত্ৰণ কৰিবলৈ এজনো আৰক্ষী তথবা প্ৰশাসনৰ লোক দেখিবলৈ পোৱা নগ'ল । যাৰ বাবে নিয়ন্ত্ৰনহীন পৰীক্ষাৰ্থীয়ে গাত গা লগাই থিয় দিলে এনেকৈ । এই দৃশ্যৰ পিছত সংবাদ মাধ্যম উপস্থিত হোৱাৰ পিছতহে আৰক্ষীৰ লোকে নিয়ন্ত্ৰন কৰে লোক সকলক ।

এতিয়া প্ৰশ্ন উঠে স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে বাৰম্বাৰ সামাজিক দূৰত্ব বজাই ৰাখিবলৈ আহ্বান জনোৱাৰ পিছতো স্বয়ং স্বাস্থ্য বিভাগতেই পৰীক্ষা দিবলৈ অহা লোক সকলেই ভংগ কৰিলে লক ডাউনৰ সকলো নীতি নিয়ম ৷ উক্ত ঘটনাক কেন্দ্ৰকৰি এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে একাংশ সচেতন লোকৰ মাজত ৷

লগতে পঢ়ক- পৌৰসভাৰ তৎপৰতাত খাৰুপেটীয়াৰ 8 টাকৈ ৱাৰ্ডত চেনিটাইজেশ্যন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.