দক্ষিণ কামৰূপ,6 ফেব্ৰুৱাৰীঃ গুহাটীত উপস্থিত হ’ল কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমন। বিশেষ ভ্ৰমনসূচী হাতত লৈ অসমত আহি উপস্থিত হৈছে বিত্তমন্ত্ৰী গৰাকী । বিমানযোগে আহি গুৱাহাটী বৰঝাৰ বিমান বন্দৰত উপস্থিত হোৱাৰ লগে লগে নিৰ্মলা সীতাৰমনক হিমন্ত বিশ্ব শৰ্মা,চন্দ্ৰ মোহন পাটোৱাৰী, ভুৱনেশ্বৰ কলিতা আদিয়ে উষ্ম আদৰণি জনায় ।
তাৰ পিছতে বিমান বন্দৰৰ পৰা পোনে পোনে খানাপাৰালৈ ৰাওনা হয় কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকী । খানাপাৰাত ধন পুৰস্কাৰ মেলাত অংশ ল'ব সীতাৰমনে । বাগিছা মেলাত ৮ লাখ চাহ শ্ৰমিকক ৩ হেজাৰ টকাকৈ পুৰস্কাৰ প্ৰদান নিৰ্মলা সীতাৰমনে।
লগতে পঢ়কঃ ভূত-ভৱিষ্যত নাই লুৰীণ জ্যোতি গগৈৰঃ চন্দ্ৰ মোহন পাটোৱাৰী