নিউজ ডেস্ক,27 মাৰ্চ: অসম প্ৰদেশ কংগ্ৰেছত মোক্ষম আঘাত ৷ অজন্তা নেওগৰ পাছত এইবাৰ আন এগৰাকী জ্যেষ্ঠ নেতাই মন মেলিছে বিজেপিলৈ যাবলৈ ৷ অচিৰেই গেৰুৱা বসন পিন্ধাৰ সম্ভাৱনা জ্যেষ্ঠ কংগ্ৰেছ নেতা নীলমণি সেন ডেকাৰ ৷
উল্লেখ্য যে, তৰুণ গগৈৰ চৰকাৰৰ কাৰ্যকালত ধৰ্মপুৰ সমষ্টিৰ পৰা তেওঁ বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল ৷ কৃষি বিভাগৰ মন্ত্ৰীত্বও লাভ কৰিছিল নীলমণি সেন ডেকাই ৷ বিশেষ সূত্ৰই জানিবলৈ দিছে নীলমণি সেন ডেকাৰ বিজেপি গমন সন্দৰ্ভত এই তথ্য ৷
লগতে পঢ়ক: ন কংগ্ৰেছী বিতুপন শইকীয়াৰ ভোটদান