ETV Bharat / state

বকো জৱাহৰলাল নেহৰু মহাবিদ্যালয় ছাত্ৰ একতা সভাই জাৰি কৰিছে ক'ভিড সম্পৰ্ক নীতি নিৰ্দেশনা

author img

By

Published : Apr 21, 2021, 11:06 PM IST

ক’ভিড-19 সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি বকো জৱাহৰলাল নেহৰু মহাবিদ্যালয় ছাত্ৰ একতা সভাই ছাত্ৰ ছাত্ৰী সকলৰ বাবে জাৰি কৰিছে ক’ভিড নিৰ্দেশনা ৷ মহাবিদ্যালয়খনৰ অধ্যক্ষ আৰু এগৰাকী অধ্যাপকৰ দেহত ক'ভিড-19 ৰ অৱস্থিতি ধৰা পৰাৰ পাছত সংকিত হৈ পৰিছে ছাত্ৰ ছাত্ৰী সকল ৷

new-covid-guideline-issued-by-jawaharlal-nehru-college-student-union
বকো জৱাহৰলাল নেহৰু মহাবিদ্যালয় ছাত্ৰ একতা সভাই জাৰি কৰিছে ক'ভিড সম্পৰ্ক নীতি নিৰ্দেশনা

বকো, 19 এপ্ৰিল: ক’ভিড-19 সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি বকো জৱাহৰলাল নেহৰু মহাবিদ্যালয় ছাত্ৰ একতা সভাই ছাত্ৰ ছাত্ৰী সকলৰ বাবে জাৰি কৰিছে ক’ভিড নিৰ্দেশনা । মাস্ক আৰু চেনিটাইজাৰ অবিহনে প্ৰবেশ কৰিব নোৱাৰিব মহাবিদ্যালয়ত । কিছুদিন পূৰ্বে বকো খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰপৰা মহাবিদ্যালয়খনৰ 700 ছাত্ৰ-ছাত্ৰী সকলৰ মাজত ক'ভিড পৰীক্ষা কৰোৱা হৈছিল । ইয়াৰে এজনৰো দেহত ক'ভিড-19 ৰ অৱস্থিতি ধৰা পৰা নাছিল ৷

কিন্তু মহাবিদ্যালয়খনৰ অধ্যক্ষ আৰু এগৰাকী অধ্যাপকৰ দেহত ক'ভিড-19 ৰ অৱস্থিতি ধৰা পৰাৰ পাছত সংকিত হৈ পৰিছে ছাত্ৰ ছাত্ৰী সকল ৷ ফলত মহাবিদ্যালয়খনৰ ছাত্ৰ একতা সভাই ছাত্ৰ ছাত্ৰী আৰু কতৃপক্ষৰ বাবে জাৰি কৰিছে ক'ভিড সম্পৰ্কীয় নীতি নিৰ্দেশনা । ইফালে কৰ’ণা মহামাৰীৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি মহাবিদ্যালয় কতৃপক্ষই ছাত্ৰ ছাত্ৰী সকলৰ বাবে অনলাইন ক্লাছৰ ব্যৱস্থা কৰিছে ৷

লগতে পঢ়ক : ক’ভিড-19 ৰ সংক্ৰমণক লৈ কঠোৰ টিংখাঙৰ প্ৰশাসন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.