ETV Bharat / state

এনআৰচিৰ নামত সংখ্যালঘুৰ বিৰুদ্ধে চৰকাৰৰ চক্ৰান্ত : নন্দিতা দাস - সংখ্য়ালঘু

এনআৰচি সম্পৰ্কত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে বকোৰ বিধায়িকা নন্দিতা দাসে ৷ এইয়া সংখ্য়ালঘুৰ বিৰুদ্ধে চৰকাৰী কৰ্তৃপক্ষৰ কূটিল ষড়যন্ত্ৰ বুলি মন্তব্য কৰে তেওঁ ৷

নন্দিতা দাস
author img

By

Published : Aug 5, 2019, 10:01 PM IST

গুৱাহাটী, 5 আগষ্ট : এনআৰচিৰ শুনানিৰ বাবে বকোৰ প্ৰায় 30 হাজাৰ লোকলৈ চৰকাৰী কৰ্তৃপক্ষই জাননী প্ৰেৰণ কৰাৰ পাছতে ক্ষোভ প্ৰকাশ কৰে বকোৰ বিধায়িকা নন্দিতা দাসে ৷ শুনানিৰ বাবে গৈ নিশা দুৰ্ঘটনাত পতিত হোৱা লোকসকলৰ চিকিৎসাৰ বাবে চৰকাৰে বিশেষ ব্যৱস্থা গ্ৰহণ নকৰাৰো অভিযোগ উত্থাপন কৰে বিধায়িকাগৰাকীয়ে ৷ ইয়াৰোপৰি, সংখ্যালঘু ৰাইজক হাৰাশাস্তি কৰিবৰ বাবে এইয়া বিজেপি তথা আৰএছএছ চৰকাৰৰ কূটিল ষড়যন্ত্ৰ বুলি মন্তব্য কৰে দাসে ৷ ৰাজনৈতিক পাকচক্ৰত পৰি এনআৰচি কৰ্তৃপক্ষই এনে অমানৱীয় সিদ্ধান্ত লোৱা বুলি প্ৰতিক্ৰিয়া ব্যক্ত কৰে বিধায়িকাগৰাকীয়ে ।

এনআৰচিৰ নামত সংখ্যালঘুৰ বিৰুদ্ধে চৰকাৰৰ চক্ৰান্ত : নন্দিতা দাস

আনহাতে, এনআৰচিৰ শুনানিৰ বাবে বিভিন্ন স্থানলৈ যোৱাৰ ক্ষেত্ৰত জিলা উপায়ুক্তৰ পৰাও কোনো সঁহাৰি নোপোৱাৰ কথা উল্লেখ কৰে বিধায়িকা নন্দিতা দাসে । শুনানিৰ বাবে গৈ নিশা দুৰ্ঘটনাত পতিত হোৱা লোকসকলৰ বাবে দুখ প্ৰকাশ কৰে বিধায়িকাগৰাকীয়ে ৷

Intro:এন আৰ চিৰ শুনানিৰ বাবে বকোৰ প্ৰায় ৩০হাজাৰ লোকলৈ জাননী কৰ্তৃপক্ষৰ। এন আৰ চি কৰ্তৃপক্ষৰ এই কাৰ্যত ক্ষোভ বকোৰ বিধায়িকা নন্দিতা দাসৰ। শুনানিৰ বাবে গৈ নিশা সংঘটিত হোৱা ঘটনাৰো দুখ প্ৰকাশ কৰে বিধায়িকাগৰাকীয়ে। ইফালে নিশা দুৰ্ঘটনাত আহত লোকসকলৰ চিকিৎসাৰ ক্ষেত্ৰতো চৰকাৰে কোনো বিশেষ ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি অভিযোগ কৰে নন্দিতা দাসে। সংখ্যালঘু ৰাইজক হাৰাশাস্তি কৰাৰ বাবে এয়া বিজেপি-RSS চৰকাৰৰ এক কূটিল ষড়যন্ত্ৰ বুলি কয় দাসে। তাৰোপৰি ৰাজনৈতিক পাকচক্ৰত পৰি এন আৰ চি কৰ্তৃপক্ষই এনে অমানৱীয়, হঠকাৰী সিদ্ধান্ত লৈছে বুলিও নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে বিধায়িকাগৰাকীয়ে। আনহাতে এন আৰ চি শুনানিৰ বাবে বিভিন্ন স্থানলৈ যোৱাৰ ক্ষেত্ৰত জিলা উপায়ুক্তৰ পৰা কোনো সঁহাৰি নোপোৱাৰ কথাও উল্লেখ কৰে বিধায়িকা নন্দিতা দাসে। Body:Hirul Haque Conclusion:Guwahati
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.