- ছয়গাঁৱৰ আচলপাৰাত নৃত্য শিল্পী দলক নিৰ্যাতন
- উলংগ নৃত্য প্ৰদৰ্শন কৰিবলৈ হেঁচা
- ঈদ উপলক্ষে নৃত্যানুষ্ঠান অনুষ্ঠিত কৰিছিল আচলপাৰাত
- মহিলা নৃত্য শিল্পীকো যৌন নিৰ্যাতনৰ চেষ্টা কৰাৰ অভিযোগ ভুক্তভোগী নৃত্য শিল্পী দল দুটাৰ
- দৌৰি দৌৰি ঘটনাস্থলীৰ পৰা পলায়ন কৰে নৃত্য শিল্পীৰ দলটোৱে
- নিশা প্ৰায় ৩ বজাত বকো আৰক্ষী থানাত উপস্থিত নৃত্য শিল্পী দল দুটা
- আয়োজকৰ বিৰুদ্ধে মাননি আদায় নিদিয়াৰো অভিযোগ
ছয়গাঁৱত শিল্পীক উলংগ নৃত্য প্ৰদৰ্শন কৰিবলৈ ভয়-ভাবুকি - naked dance
সাংস্কৃতিক অনুষ্ঠানৰ নামত কি চলিছে? ঈদ উপলক্ষে নৃত্যানুষ্ঠান পাতি নৃত্য শিল্পীক উলং নৃত্য প্ৰদৰ্শন কৰিবলৈ ভয়-ভাবুকি

উলংগ নৃত্য প্ৰদৰ্শন কৰিবলৈ হেঁচা নৃত্য শিল্পীক
- ছয়গাঁৱৰ আচলপাৰাত নৃত্য শিল্পী দলক নিৰ্যাতন
- উলংগ নৃত্য প্ৰদৰ্শন কৰিবলৈ হেঁচা
- ঈদ উপলক্ষে নৃত্যানুষ্ঠান অনুষ্ঠিত কৰিছিল আচলপাৰাত
- মহিলা নৃত্য শিল্পীকো যৌন নিৰ্যাতনৰ চেষ্টা কৰাৰ অভিযোগ ভুক্তভোগী নৃত্য শিল্পী দল দুটাৰ
- দৌৰি দৌৰি ঘটনাস্থলীৰ পৰা পলায়ন কৰে নৃত্য শিল্পীৰ দলটোৱে
- নিশা প্ৰায় ৩ বজাত বকো আৰক্ষী থানাত উপস্থিত নৃত্য শিল্পী দল দুটা
- আয়োজকৰ বিৰুদ্ধে মাননি আদায় নিদিয়াৰো অভিযোগ
উলংগ নৃত্য প্ৰদৰ্শন কৰিবলৈ হেঁচা নৃত্য শিল্পীক!
Intro:Body:অসমবাসীক লজ্জ্বানত কৰা এক ঘটনা। ছয়গাঁৱৰ আচলপাৰাত নৃত্য শিল্পী দলক নিৰ্যাতন। উলংগ নৃত্য প্ৰদৰ্শন কৰিবলৈ হেচা শিল্পী দলক। ঈদ উপলক্ষে টিকট চ' পাতিছিল আচলপাৰাত। নৃত্যানুস্থান আৰম্ভ হোৱাৰ পিছতে নগ্ন নৃত্য কৰিবলৈ হেচা। বকোৰ ৰেইনব', শাখাতিৰ এম. কে. ডেঞ্চ গ্ৰুপক নিমন্ত্ৰণ জনাইছিল। মহিলা নৃত্য শিল্পীক নিৰ্যাতন। কাপোৰ পৰ্যন্ত খুলি দিবলৈ উদ্যত। নগ্ন নৃত্য প্ৰদৰ্শন নকৰিলে মৃত্যুৰ ভাবুকি। ৭/৮ শ দৰ্শকৰ অধিকাংশই উচ্ছৃংখল। দৌৰি দৌৰি ঘটনাস্থলীৰ পৰা পলায়ন নৃত্য শিল্পীৰ। নিশা ঘটনাস্থলী উপস্থিত জোৰশিমুলি আৰক্ষী। নিশা প্ৰায় ৩ বজাত বকো আৰক্ষী থানাত উপস্থিত নৃত্য শিল্পী দল দুটা। মাননী পৰ্যন্ত আদায় দিয়া নাই দল দুটাক। ঠাই বিশেষে উলংগ নৃত্যৰ প্ৰচলন আছে। কোচবিহাৰৰ নৃত্য দল বুলি টিকট বিক্ৰী কৰিছিল আয়োজকে।Conclusion: