ETV Bharat / state

কমলপুৰৰ পাইপ আৰু পেপাৰ উদ্যোগৰ ভূমি পূজনত উপস্থিত মন্ত্ৰী পাটোৱাৰী - Bamboo Mission

বাইহাটা চাৰিআলিৰ এটি পাইপ উদ্যোগৰ শিলান্যাস অনুষ্ঠানত অংশগ্ৰহণ কৰে উদ্যোগ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে ৷ ভূমি পূজন আৰু শিলান্যাস অনুষ্ঠানত উপস্থিত থাকি কেতবোৰ ব্যৱসায়ৰ কথা উল্লেখ কৰে উদ্যোগ মন্ত্ৰী গৰাকীয়ে ৷

কমলপুৰৰ পাইপ আৰু পেপাৰ উদ্যোগৰ ভূমি পূজনত উপস্থিত মন্ত্ৰী পাটোৱাৰী

author img

By

Published : Jan 17, 2021, 12:57 PM IST

বাইহাটা, 17 জানুৱাৰী: বাইহাটা চাৰিআলিৰ এটি পাইপ উদ্যোগৰ শিলান্যাস অনুষ্ঠানত অংশগ্ৰহণ কৰি উদ্যোগ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে কয় যে সমগ্র বিশ্বতে আগৰৰ ব্যৱসায় মাত্ৰ ৪০% ; গতিকে আৰু প্ৰয়োজন আছে ৬০% আগৰৰ ব্যৱসায় ৷ তেনে ক্ষেত্ৰত অসমৰ ক্ষুদ্ৰ ক্ষুদ্ৰ আগৰৰ খেতিয়কক উপকৃত কৰাৰ উদ্দেশ্যে গোলাঘাট জিলাত এটি আন্তৰ্জাতিক ব্যবসায়ীক কেন্দ্ৰৰ আৰম্ভনি কৰিছে অসম চৰকাৰে ৷

কমলপুৰৰ পাইপ আৰু পেপাৰ উদ্যোগৰ ভূমি পূজনত উপস্থিত মন্ত্ৰী পাটোৱাৰী
কমলপুৰৰ পাইপ আৰু পেপাৰ উদ্যোগৰ ভূমি পূজনত উপস্থিত মন্ত্ৰী পাটোৱাৰী

সমগ্ৰ ভাৰতৰ লগতে অসমতো আগৰৰ ব্যৱসায়ৰ চাহিদা বৃদ্ধি কৰাৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণৰ ব্যৱস্থা কৰিছে ৰাজ্য চৰকাৰে ৷ একেধৰণে অসমত ধুপকাঠিৰ যথেষ্ট চাহিদা থকা বাঁহ উদ্যোগৰ বাবে অসম চৰকাৰে খেতিয়ক সকলক Bamboo Mission ৰ দ্বাৰা উৎসাহিত কৰাৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণৰ কথা শনিবাৰে উল্লেখ কৰিলে উদ্যোগ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে ৷

লগতে পঢ়ক : বিশ্বনাথত শতাধিক হিতাধিকাৰীক প্ৰদান বিপিএল কাৰ্ড

ইয়াৰ লগতে কমলপুৰ আল্টা গাঁৱৰ বৃহৎ অঞ্চলত স্থাপন হ'ব লগীয়া পাইপ আৰু পেপাৰ উদ্যোগৰ ভূমি পূজন আৰু শিলান্যাস অনুষ্ঠানত উপস্থিত থাকে মংগলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়াকে আদি কৰি বিভিন্ন গণ্য মান্য ব্যক্তি ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.