ETV Bharat / state

জাপানীজ এনকেফেলাইটিছ প্ৰতিৰোধ কৰক : কামৰূপ জিলা সাংবাদিক সন্থা - কামৰূপ

জাপানীজ এনকেফেলাইটিছ ৰোগ প্ৰতিৰোধৰ দাবীৰে জিলা উপায়ুক্তক স্মাৰক পত্ৰ প্ৰদান কামৰূপ জিলা সাংবাদিক সন্থাৰ ৷

জাপানীজ এনকেফেলাইটিছক প্ৰতিৰোধৰ ব্যৱস্থা
author img

By

Published : Jul 12, 2019, 3:00 PM IST

কামৰূপ, 12 জুলাই : ৰাজ্যত জাপানীজ এনকেফেলাইটিছে ধাৰণ কৰিছে সংহাৰী ৰূপ । ৰোগত আক্ৰান্ত হৈ ইতিমধ্যে মৃত্যু হৈছে বহুজনৰ । কামৰূপ জিলাত বৰ্তমানলৈকে জাপানীজ এনকেফেলাইটিছত ২৬ জন লোক আক্ৰান্ত হোৱাৰ লগতে মৃত্যু হৈছে ১০ জনৰ । ভয়াৱহ ৰূপ ধাৰণ কৰা জাপানীজ এনকেফেলাইটিছ ৰোগ প্ৰতিৰোধ কৰাৰ ব্যৱস্থা গ্ৰহণৰ দাবীত কামৰূপ জিলা উপায়ুক্তক স্মাৰক পত্ৰ প্ৰদান কৰে কামৰূপ জিলা সাংবাদিক সন্থাই । ইতিমধ্যে ভয়ংকৰ জাপানীজ এনকেফেলাইটিছৰ বীজাণু প্ৰতিৰোধৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ কাৰ্যপন্থা হাতত লোৱা বুলি উল্লেখ কৰে জিলা উপায়ুক্ত কমল কুমাৰ বৈশ্যই ।

Intro:*SLUG= AMINGAON JANIJ ANKEFELAITIS AFFECTED*

ৰাজ্যত জাপানীজ এনকেফেলাইটিছৰ সংহাৰ । জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ মৃত্যু বহুজনৰ । কামৰূপ জিলাত বৰ্তমানলৈকে জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত ২৬ জন লোক ।

Body:জাপানীজ এনকেফেলাইটিছ।ৰোগত আক্ৰান্ত হৈ মৃত্যু ১০ জনৰ । ভয়াবহ ৰূপ ধাৰন কৰা জাপানীজ এনকেফেলাইটিছ ৰোগ প্ৰতিৰোধ কৰাৰ ব্যৱস্থা গ্ৰহনৰ দাবীত কামৰূপ জিলা উপায়ুক্তক স্মাৰক প্ৰত্ৰ কামৰূপ জিলা সাংবাদিক সন্থাৰ । Conclusion:ইতিমধ্যে জিলা প্ৰশাসনে ভয়ংকৰ জাপানীছ এনকেফেলাইটিছৰ বিজানু প্ৰতিৰোধৰ ক্ষেত্ৰত বিভিন্ন ধৰনৰ কাৰ্যপন্থা হাতত লোৱা বুলি উল্লেখ কৰে জিলা উপায়ুক্ত কমল কুমাৰ বৈশ্যই ।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.