ETV Bharat / state

হিমন্ত বিশ্ব শৰ্মা বিশ্বাসঘাটকঃমহেশ্বৰ বসুমতাৰী

হিমন্ত বিশ্ব শৰ্মাক বিশ্বাসঘাটক আখ্যা ৰঙিয়াৰ ৩০ নং গোৰেশ্বৰ পৰিষদীয় সমষ্টিৰ বিপিএফৰ প্ৰাৰ্থী মহেশ্বৰ বসুমতাৰীৰ । হিমন্ত বিশ্ব শৰ্মাই বিপিএফৰ সৈতে বিশ্বাসঘাটকতা কৰা বুলি অভিযোগ বসুমতাৰীৰ ৷

author img

By

Published : Dec 4, 2020, 1:45 PM IST

As_rangia_maheshwar-basumatary-comment-on-himanta-biswa-sarma_vis1_AS10040
হিমন্ত বিশ্ব শৰ্মা বিশ্বাসঘাটকঃমহেশ্বৰ বসুমতাৰী

ৰঙিয়া,4 ডিচেম্বৰঃ হিমন্ত বিশ্ব শৰ্মাক বিশ্বাসঘাটক আখ্যা ৰঙিয়াৰ ৩০ নং গোৰেশ্বৰ পৰিষদীয় সমষ্টিৰ বিপিএফৰ প্ৰাৰ্থী মহেশ্বৰ বসুমতাৰীৰ । নিজ সমষ্টিৰ নিৰ্বাচনী প্ৰচাৰ সভাত হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰৱ হৈ পৰে বিপিএফৰ প্ৰাৰ্থীগৰাকী ৷ তেখেতে আৰু কয় যে, বিজেপি দলটো বিশ্বাসঘাটক ৷ হিমন্ত বিশ্ব শৰ্মাই বিপিএফৰ সৈতে বিশ্বাসঘাটকতা কৰা বুলিও অভিযোগ উত্থাপন কৰে বসুমতাৰীয়ে ৷

আনহাতে, UPPLৰ প্ৰাৰ্থী পবিত্ৰ কুমাৰ বড়োৱে এমচিএলএ হৈ থকা সময়ছোৱাতো গোৰেশ্বৰৰ কোনো উন্নয়ন কৰা নাই বুলি অভিযোগ উত্থাপন কৰে মহেশ্বৰ বসুমতাৰীয়ে ৷ তেখেতে কয়, জনসাধাৰণে নিজৰ ভৱিষ্যত নিজে বুলি পাব লাগিব ৷ বিপিএৰ সৈতে নাথকিলে অনাগত দিনত ৰাইজৰ বিপদ হ’ব বুলি মন্তব্য কৰে বিপিএফৰ প্ৰাৰ্থী মহেশ্বৰ বসুমতাৰীয়ে ৷

লগতে পঢ়ক-দুলীয়াজানত অইল বিষয়াৰ পত্নীৰ ৰহস্যজনক আত্মহত্যা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.