ETV Bharat / state

বাইহাটাত প্ৰশাসনৰ তৎপৰতা: বিতৰণ কৰিলে মাস্ক

author img

By

Published : May 13, 2021, 5:19 PM IST

বাইহাটাত 1 বজাৰ পিছত খোলা থকা একাংশ ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ কৰি দিয়ে প্ৰশাসনে ৷ একাংশ বাটৰুৱাৰ লগতে বাইহাটাস্থিত সাংবাদিককসকলৰ মাজত মাস্ক বিতৰণ কৰে আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰায়ে ৷

kamrup-sp-mask-distribuite-in-baihata
ক’ভিড সজাগতাৰ বাবে বাইহাটাত জিলা প্ৰশাসনৰ তৎপৰতা

বাইহাটা,13 মে': বাইহাটা চাৰিআলিত কামৰূপ জিলা প্ৰশাসনৰ তৎপৰতা । আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰায়ৰ নেতৃত্বত এই তৎপৰতা । বাইহাটা চাৰিআলিৰ 1 বজাৰ পিছত খোলা থকা একাংশ ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ কৰি দিয়ে আৰক্ষী অধীক্ষক গৰাকীয়ে । একাংশ বাটৰুৱাৰ লগতে বাইহাটাস্থিত সাংবাদিককসকলৰ মাজত মাস্ক বিতৰণ কৰে আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰায়ে ৷

আৰক্ষী অধীক্ষক গৰাকীক সংগ দিয়ে কেইবাগৰাকীও উপ আৰক্ষী অধীক্ষক, ৰঙিয়া মহকুমা আৰক্ষী বিষয়া মৃগাক্ষী ডেকা সহিতে বাইহাটা চাৰিআলিৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰূপম হাজৰিকা । উল্লেখ্য যে, নতুন ক’ভিড সম্পৰ্কীয় নিৰ্দশনা বলৱৎ হোৱাৰ দিনা কামৰূপ আৰক্ষীৰ এই তৎপৰতাই বিশেষ তাৎপৰ্য বহন কৰিছে ।

লগতে পঢ়ক : সোণাৰিত গ্ৰেণেডসহ এজন নগা যুৱক আটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.