- ৰাজ্যত ফেণীৰ প্ৰভাৱৰ সময়তে ব্ৰহ্মপুত্ৰত সংঘটিত হ'ল নাও দুৰ্ঘটনা
- পলাশবাৰীৰ ৰাণী চাপৰিৰ মাজিৰিগাঁৱলৈ গৈ থকা অৱস্থাতে ব্ৰহ্মপুত্ৰত সংঘটিত হয় এই নাও দুৰ্ঘটনা
- নিশা 8 বজাত সংঘটিত েই দুৰ্ঘটনা
- প্ৰবল বতাহ আৰু বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰত নাওসহ উটুৱাই নিয়ে ৫ জনকৈ লোকক
- কথমপি ৪ জন লোকৰ প্ৰানৰক্ষা পৰে যদিও বৰ্তমানেও সন্ধানহীন ১ জন লোক
- কনক মজুমদাৰ, অৰূপ কলিতা, জোনমনি মহন্ত আৰু ৰত্নেশ্বৰ দাস নামৰ লোককেইজনৰ প্ৰান ৰক্ষা পৰাৰ বিপৰীতে সন্ধানহীন নৱ কলিতা নামৰ এজন লোক
ব্ৰহ্মপুত্ৰত নাও দুৰ্ঘটনা, সন্ধানহীন 1 জন - brahmaputra river
শুকুৰবাৰে ৰাজ্যত ফেণীৰ প্ৰভাৱৰ সময়তে নিশা সংঘটিত হয় এক নাও দুৰ্ঘটনা ৷ কথমপি ৪ জনৰ প্ৰান ৰক্ষা, সন্ধানহীন ১ জন ।

ব্ৰহ্মপুত্ৰত নাও দুৰ্ঘটনা, সন্ধানহীন 1 জন
- ৰাজ্যত ফেণীৰ প্ৰভাৱৰ সময়তে ব্ৰহ্মপুত্ৰত সংঘটিত হ'ল নাও দুৰ্ঘটনা
- পলাশবাৰীৰ ৰাণী চাপৰিৰ মাজিৰিগাঁৱলৈ গৈ থকা অৱস্থাতে ব্ৰহ্মপুত্ৰত সংঘটিত হয় এই নাও দুৰ্ঘটনা
- নিশা 8 বজাত সংঘটিত েই দুৰ্ঘটনা
- প্ৰবল বতাহ আৰু বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰত নাওসহ উটুৱাই নিয়ে ৫ জনকৈ লোকক
- কথমপি ৪ জন লোকৰ প্ৰানৰক্ষা পৰে যদিও বৰ্তমানেও সন্ধানহীন ১ জন লোক
- কনক মজুমদাৰ, অৰূপ কলিতা, জোনমনি মহন্ত আৰু ৰত্নেশ্বৰ দাস নামৰ লোককেইজনৰ প্ৰান ৰক্ষা পৰাৰ বিপৰীতে সন্ধানহীন নৱ কলিতা নামৰ এজন লোক
Slug:-As_kam_4may_boat_accident_801_vis+photo_as10020
ব্ৰহ্মপুত্ৰত নাও দুৰ্ঘটনা । কথমপি ৪ জনৰ প্ৰান ৰক্ষা,সন্ধানহীন ১ জন ।
Ocvo.. ফণীৰ প্ৰভাৱৰ ফলত ৰাজ্যত ঘন্টাত ৬০/৬৫ কিমি বেগত বতাহ বলাৰ লগতে ধাৰাষাৰ বৰষুণ দি আছে । ঠিক তেনে সময়তে ব্ৰহ্মপুত্ৰত সংঘটিত হ'ল নাও দুৰ্ঘটনা । পলাশবাৰীৰ ৰাণী চাপৰিৰ মাজিৰিগাওলৈ নিজ ঘৰলৈ আহি থকা অৱস্থাত ব্ৰহ্মপুত্ৰত সংঘটিত হয় এই নাও দুৰ্ঘটনা । কিছু পুৰ্বে চলি থকা প্ৰৱল বতাহ আৰু বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰত নাওসহ উটুৱাই নিয়ে ৫জনকৈ লোকক ।কথমপি ৪জন লোকৰ প্ৰানৰক্ষা পৰে যদিও বৰ্তমানেও সন্ধানহীন ১ জন লোক । কনক মজুমদাৰ,অৰূপ কলিতা,জোনমনি মহন্ত আৰু ৰত্নেশ্বৰ দাস নামৰ লোককেইজনৰ প্ৰান ৰক্ষা পৰে যদিও বৰ্তমানেও সন্ধানহীত নৱ কলিতা নামৰ ১ জন লোক । ঘটনাটি সংঘটিত হয় সন্ধিয়া প্ৰায় ৮ বজাত । উল্লেখ্য যে ফণীৰ প্ৰভাৱৰ ফলত দক্ষিণ কামৰূপত বৰ্তমানেও বলি আছে ধুমুহাৰ লগতে ধাৰাষাৰ বৰষুন ।
দক্ষিণ কামৰূপ/আজাৰা পৰা অজয় দাস, etv bharat assam