ETV Bharat / state

কৰ'ণাৰ আতংকই গা লৰাব পৰা নাই একাংশৰ

author img

By

Published : Mar 26, 2020, 11:50 PM IST

আমিনগাঁৱত একাংশৰ লক ডাউন উলংঘা ৷ পূৰ্বৰ দৰেই বৰ্তি আছে জন সমাগম ৷

kamrup amingaon lock down situation
কৰ'ণাৰ আতংকই গা লৰাব পৰা নাই একাংশৰ

কামৰূপ,26 মাৰ্চঃ আমিনগাঁৱত চৰকাৰী নিৰ্দেশনা নামানি, কৰ'ণা ভাইৰাছৰ ভয়াৱহতাকো আওকান কৰি ওলাই আহিছে একাংশ লোক ৷ ফাৰ্মাচী ,ৰেচনৰ দোকানৰ বাহিৰে সকলো বন্ধ হ'ল যদিও তাৰেই মাজতে কিছুসংখ্যক শ্ৰমিক ব্যস্ত থাকিল নিজৰ কামতে । উত্তৰ গুৱাহাটী আৰক্ষী-প্ৰশাসনে সমগ্ৰ উত্তৰ গুৱাহাটী পৰিদৰ্শন কৰি দিনৰ ১ বজাৰ পিছত গেলামালৰ দোকান সমূহ বন্ধ কৰিবলৈ অনুৰোধ জনোৱাৰ লগতে সাৱধান কৰি দিয়ে ঘৰৰ বাহিৰত ওলোৱা লোকসকলক । লগতে লক ডাউন উলংঘা কৰাৰ বাবে দুই এজন লোকক আৰক্ষীয়ে কাণত ধৰোৱাৰ লগতে দুই এচাট দি শাস্তিয়ো বিহিলে ।

কৰ'ণাৰ আতংকই গা লৰাব পৰা নাই একাংশৰ

লগতে পঢ়কঃউত্তাপ বৃদ্ধিয়ে ভাৰতত প্ৰতিৰোধ কৰিব পাৰে COVID-19ৰ সংক্ৰমণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.