ETV Bharat / state

ৰাজ্যজুৰি আছুৰ প্ৰতিবাদ - সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিবাদ

নাগৰিকত্ব সংশোধনী বিধেয়ক 2016 বাতিলৰ দাবীত তীব্ৰ প্ৰতিবাদ সাব্যস্ত হয় কমলপুৰ, আমগুৰি আৰু টিংখাঙত ৷ জোৰ সমদল বাহিৰ কৰি সদৌ অসম ছাত্ৰ সন্থা, কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে সাব্যস্ত কৰে প্ৰতিবাদ ৷

Kamalpur _tinkhang_amguri_CAB protest
কেবক বিৰোধিতাত উত্তপ্ত ৰাজ্যৰ ভিন্ন প্ৰান্ত
author img

By

Published : Dec 8, 2019, 4:01 PM IST

নিউজ ডেস্ক, 8ডিচেম্বৰ : অসমীয়াৰ স্বাভিমানক খৰ্ব কৰি গৃহীত কৰিব বিচৰা বিধেয়কখন বাতিলৰ দাবীত দেওবাৰেও উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৰাজ্যৰ ভিন্নপ্ৰান্তৰ সমান্তৰালকৈ কমলপুৰ আৰু আমগুৰিত ৷ সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত কমলপুৰ আৰু আমগুৰিত উলিওৱা হয় জোঁৰ সমদল ৷ পুঠিমাৰি কেন্দ্ৰীয় ছাত্ৰ সন্থাই কমলপুৰত অনুষ্ঠিত কৰা জোঁৰ সমাদলত অংশগ্ৰহণ কৰে অধিবক্তা দীপক শৰ্মাই ৷ অধিবক্তা দীপক শৰ্মাই কয়,''সদৌ অসম ছাত্ৰ সন্থা সমগ্ৰ অসমৰ অভিভাৱকৰ নিচিনা'' ৷ বৰ্তমানৰ শাষক সকলৰ ৰাজহাঁড় নাই বুলি অধিবক্তাগৰাকীয়ে মন্তব্য কৰাৰ লগতে অসমীয়াৰ হৃদয় জয় কৰিবলৈ হলে অগপক মিত্ৰজোঁটৰ পৰা উলাই আহিবলৈও আহ্বান কৰে ৷

আমগুৰি,কমলপুৰতো কেবৰ বিৰুদ্ধে প্ৰতিবাদ

ইফালে,আমগুৰিতো অসংখ্য লোকে জোঁৰ সমদলতো উলিয়াই সাব্যস্ত কৰে প্ৰতিবাদ ৷ প্ৰতিবাদকাৰীসকলে হাতত জোঁৰ লৈ,প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰী অতুল বৰাৰ বিৰুদ্ধে ধ্বনি দি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে বৰছিলা বাগিচাত ৷ নামতি আঞ্চলিক ছাত্ৰ সন্থাই সৰ্বানন্দ সোণোৱালক জাতীয় খলনায়কৰ ৰূপে আখ্যা দি নাগৰিকত্ব সংশোধনী বিধেয়কৰ তীব্ৰ বিৰোধিতা কৰে ৷

টিংখাঙত কেবৰ বিৰুদ্ধে প্ৰতিবাদ

টিংখাঙৰ ৰাজগড়তো কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ। জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে মৰাণ-নাহৰকটীয়া ৰাজ্যিক ঘাইপথ অৱৰোধ কৰি সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ। যাৰ ফলত ব্যাহত হৈ পৰে মৰাণ-নাহৰকটীয়া পথৰ যাতায়ত ব্যৱস্থা । প্ৰতিবাদকাৰীসকলে নৰেন্দ্ৰ মোদী , অমিত শ্বাহ , সৰ্বানন্দ সোনোৱাল , হিমন্ত বিশ্ব শৰ্মাৰ পুত্তলিকা দাহ কৰে। কেব আমি নামানো, বিজেপি চৰকাৰ গ'বেক , সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ , হিমন্ত বিশ্ব হুঁচিয়াৰ আদি প্ৰতিবাদী শ্ল'গানেৰে উত্তাল হৈ পৰে সমগ্ৰ পৰিবেশ ৷

অন্য এক খবৰৰ বাবে : CAB ৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্যজুৰি প্ৰতিবাদৰ দাবানল অব্যাহত

Intro:V/O যেতিয়া অসম আৰু অসমীয়াৰ বিপদ হয় , যেতিয়াই অসমীয় ভাষা সংস্কৃতিৰ বিপদ হয় তেতিয়াই সদৌ অসম ছাত্ৰ সন্থাই সমগ্ৰ ৰাজ্যতে একত্ৰিত হোৱাৰ কাম কৰে । সদৌ অসম ছাত্ৰ সন্থা সমগ্ৰ অসমৰে অভিভাবকৰ নিচিনা ।এই বিস্ফোৰক মন্তব্য অধিবক্তা দীপক শৰ্মাৰ । পুঠিমাৰি কেন্দ্ৰীয়্ ছাাত্ৰ সন্থাই অনুষ্ঠিত কৰা জোৰ সমাদলত অংশ গ্ৰহন কৰিবএইদৰে মত প্ৰকাশ কৰে অধিবক্তা দীপক শৰ্মাই । বৰ্তমাানৰ শাষক সকলৰ ৰাজহাৰ নাই বুলিও মন্তব্য কৰে অধিবক্তা দীপক শৰ্মাই । অসমীয়াৰ হৃদয় জয় কৰিবলৈ হলে অগপক মিত্ৰ যোতৰ পৰা ওলাই অহাৰো আহ্বান জনাই অধিবক্তা দীপক শৰ্মাই ।
Byte:--- Dipak Sarma
V/O:--আনফালে কমলপুৰ আৰক্ষী থানষৰ অন্তৰ্গত সোনাপুৰতো নাগৰিকত্ব সংশোধনী বিধায়কৰ বিৰুদ্ধে কৰে তীব্ৰ প্ৰতিবাদ । মুখ্য মন্ত্ৰী , স্বাস্থ্য মন্ত্ৰী আৰু অগপৰ অতুল বড়াৰ প্ৰতিকৃতি দষহ কৰি সাব্যস্ত কৰে প্ৰতিবাদBody:.Conclusion:.
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.