ETV Bharat / state

কমলপুৰত কুটীৰ শিল্পৰে অৰ্থনৈতিক স্বাৱলম্বিতাৰ সূচনা - kamalpur bamboo industry for economic growth

কমলপুৰৰ বাৰেডলা জয়ন্তীপুৰত কুটীৰ শিল্পৰে অৰ্থনৈতিক স্বাৱলম্বীতাৰ সূচনা কৰিছে গাঁওখনৰ ৪০০টা পৰিয়ালক ৷ মূৰ্গীৰ পোৱালী সৰবৰাহৰ বাবে ব্যৱহৃৰ কৰা শাচা বাঁহেৰে প্ৰস্তুত কৰি আন্তৰ্জাতিক বজাৰ দখল কৰিবলৈও সক্ষম হৈছে ৷ বিগত পোন্ধৰ বছৰে এই শিল্পৰ জৰিয়তে জীৱিকা নিৰ্বাহ কৰি আছে গাঁওখনৰ লোকসকলে ।

kamalpur bamboo industry for economic growth
কমলপুৰত কুটীৰ শিল্পৰে অৰ্থনৈতিক স্বাৱলম্বীতাৰ সূচনা
author img

By

Published : Jan 1, 2020, 3:06 PM IST

বাইহাটা,1 জানুৱাৰী : বছৰৰ পহিলা দিনটোত সমগ্ৰ লোক নৱবৰ্ষক আদৰণি জনোৱাত ব্যস্ত থকাৰ সময়তে কমলপুৰত দেখা গ'ল অন্য এক দৃশ্য ৷ কমলপুৰ সমষ্টিৰ অন্তৰ্গত বাৰেডলা জয়ন্তীপুৰ গাঁৱত কুটীৰ শিল্পৰে অৰ্থনৈতিক স্বাৱলম্বীতাৰ সূচনা কৰিছে গাঁওখনৰ ৪০০টা পৰিয়ালক ৷ মূৰ্গীৰ পোৱালী সৰবৰাহৰ বাবে ব্যৱহৃত শাচা বাঁহেৰে প্ৰস্তুত কৰি দখল কৰিছে আন্তৰ্জাতিক বজাৰ। বিগত পোন্ধৰ বছৰে এই কুটীৰ শিল্পৰ জৰিয়তে জীৱিকা নিৰ্বাহ কৰি আছে গাঁও খনৰ লোকে ৷

কমলপুৰত কুটীৰ শিল্পৰে অৰ্থনৈতিক স্বাৱলম্বীতাৰ সূচনা

বাঁহৰে নিৰ্মিত এই শাচা বহুজাতিক উদ্যোগলৈ ৰপ্তানি কৰি এখন বৃহৎ বজাৰৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছে বাৰেডলা জয়ন্তীপুৰবাসী। বহুজাতিক প্ৰতিষ্ঠানৰ প্লাষ্টিকৰ শাচাতকৈ ফেৰ মাৰি উজলিছে কমলপুৰৰ উৎপাদিত বাঁহৰে নিৰ্মিত শাচা। গাঁওখনৰ প্ৰতিটো পৰিয়ালৰ পুৰুষ-মহিলা,জীয়ৰী-বোৱাৰী সকলোৱে কাম কৰি উদ্যোগটো জীয়াই ৰখাৰ লগতে সপ্তাহত উপাৰ্জন কৰে প্ৰায় ২৫০০ টকা। কিন্তু প্লাষ্টিক কোম্পানী সমূহে অনুৰূপ ধৰণৰ শাচা বজাৰত উলিওয়াৰ ফলত এক ভাবুকি আহি পৰাৰ আশংকা আহি পৰিছে কুটিৰ শিল্পটিলৈ।

আৰু পঢ়ক : কামৰূপৰ বায়ুমণ্ডলত ভয়াৱহ ৰূপত বৃদ্ধি হৈছে প্ৰদূষণ

Intro:

👉 কমলপুৰত কুটিৰ শিল্পৰে অৰ্থনৈতিক বিপ্লৱৰ সূচনা।

👉৪০০টা পৰিয়ালে দাঙি ধৰিছে স্বাৱলম্বিতাৰ বিৰল নিদৰ্শন।

👉মূৰ্গীৰ পোৱালী সৰবৰাহৰ বাবে ব্যৱহৃত শাচা বা খোখা বাহেৰে প্ৰস্তুত কৰি আন্তৰ্জাতিক বজাৰ দখল ।

👉বহুজাতিক প্ৰতিষ্ঠানৰ প্লাষ্টিকৰ শাচা বা খোখাৰে ফেৰ মাৰি উজলিছে কমলপুৰৰ উৎপাদিত সামগ্ৰী।

V/O:---বছৰৰ পহিলা দিনটোত ৰাজ্য তথা দেশৰ অন্য প্ৰান্তৰ লোক সকল নব বৰ্ষক আদৰনি জনোৱাত ব্যস্ত থকাৰ সময়ত এক ব্যতিক্ৰমী দৃশ্য দেখা গ'ল কামৰূপ জিলাৰ বাইহাটা চাৰিআলিৰ এখন গাৱত । বছৰৰ পহিলা দিনটোতো গাও খনৰ লোক সকল ব্যস্ত তেওলোকৰ বৃত্তিত । কমলপুৰ সমষ্টিৰ অন্তৰ্ত বাৰেডলা জয়ন্তীপুৰ গাৱৰ প্ৰায় চাৰিশ পৰিয়াল ব্যস্ত মূৰ্গীৰ পোৱালী সৰবৰাহৰ বাবে ব্যৱহৃত শাচা বা খোখা বনোৱাত । বিগত পোন্ধৰ বছৰে এই উদ্যোগটোৰ জড়িয়তে জীবিকা নিৰ্বাহ কৰি আছে গাও খনৰ লোক সকলে । বাহৰে নিৰ্মিত এই শাচা বা খোখা বহু কেইটা বহুজাতিক উদ্যোগলৈ ৰপ্তানি কৰি এখন বৃহৎ বজাৰৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছে বাৰেডলা জয়ন্তীপুৰ বাসীয়ে । গাও খনৰ প্ৰতিটো পৰিয়ালৰ পুৰুষ মহিলাই , জীয়ৰী বোৱাৰি সকলোৱে কাম কৰি উদ্যোগটো জীয়াই ৰখাৰ লগতে সপ্তাহত উপাৰ্জন কৰে প্ৰায় ২৫০০ টকা । কিন্তু প্লাষ্টিক কোম্পেনী সমুহে অনুৰূপ ধৰনৰ শাচা বজাৰত উলিয়াই দিয়াৰ ফলত এক ভাবুকি আহি পৰিছে এই কুটিৰ শিল্পটিলৈ ।
বাইট:----
বাইট:----Body:.Conclusion:.
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.