ETV Bharat / state

কোভিড-19 :যোৰাবাট আৰক্ষীৰ তালাচী অভিযান

author img

By

Published : Apr 15, 2020, 8:41 PM IST

চুবুৰীয়া ৰাজ্য মেঘালয়ৰ পৰা অসমলৈ অহা প্ৰতিখন বাহনৰ তন্ন-তন্নকৈ তালাচী আৰম্ভ কৰিছে যোৰাবাট আৰক্ষীয়ে ৷ যোৰাবাটৰ ৬নং ৰাষ্ট্ৰীয় ঘাইপথত আৰক্ষীয়ে চলাইছে এই অভিযান ৷

কোভিড-19 : যোৰাবাট আৰক্ষীৰ তালাচী অভিযান

গুৱাহাটী, 15 এপ্ৰিল : কোভিড-১৯ৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি চুবুৰীয়া ৰাজ্য মেঘালয়ৰ পৰা অসমলৈ যাতে কৰ’ণা ভাইৰাছ সংক্ৰমিত হ’ব নোৱাৰে, তাৰ প্ৰতি বিশেষ সতৰ্কতা অৱলম্বন কৰিছে যোৰাবাট আৰক্ষীয়ে ৷ অসম-মেঘালয় সীমান্তৱৰ্তী অঞ্চলৰ যোৰাবাটৰ ৬নং ৰাষ্ট্ৰীয় ঘাইপথত যোৰাবাট আৰক্ষী আৰু যান-বাহন আৰক্ষীয়ে মেঘালয়ৰ পৰা গুৱাহাটী অভিমুখী অত্যাৱশ্যকীয় সেৱাৰ প্ৰতিখন বাহনৰ তন্ন-তন্নকৈ তালাচী আৰম্ভ কৰিছে ।

যোৰাবাট আৰক্ষীৰ তালাচী অভিযান

ৰাষ্ট্ৰীয় ঘাইপথত দিনে-নিশাই প্ৰতিখন বাহনৰ তালাচী অভিযান চলি থাকিব বুলি যান-বাহন আৰক্ষীয়ে জানিবলৈ দিয়ে ৷ ইতিমধ্যে মেঘালয়ত কোভিড-19ত মুঠ 6 জন লোক আক্ৰান্ত হৈছে আৰু এজনৰ মৃত্যু হয় ৷

লগতে পঢ়ক : সোনাপুৰত ক'ৰণাত আক্ৰান্ত ৰোগীক সেৱা আগবঢ়োৱা চিকিৎসাকৰ্মীৰ দলক অভিবাদন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.