ETV Bharat / state

JEE কাণ্ড : আজি আদালতত হাজিৰ কৰোৱা হ’ব 5 অভিযুক্তক

author img

By

Published : Oct 29, 2020, 9:58 AM IST

বুধবাৰে নিশা JEE কেলেংকাৰীত গ্ৰেপ্তাৰ হোৱা 5 অভিযুক্তক হাজিৰ কৰোৱা হ’ব আদালতত ৷ ধনৰ লেন-দেনেৰে পৰীক্ষাত জালিয়াতি কৰাৰ অপৰাধত গ্ৰেপ্তাৰ কৰা হৈছে আটাইকেইজনক ।

JEE scam update
JEE কাণ্ড : আজি আদালতত হাজিৰ কৰোৱা হ’ব 5 অভিযুক্তক

আজাৰা,29 অক্টোবৰ : আজি আদালতত হাজিৰ কৰোৱা হ’ব JEE কেলেংকাৰীত গ্ৰেপ্তাৰ হোৱা ড৹ জ্যোতিময় দাস, নীলনক্ষত্ৰ দাস, হেমেন্দ্ৰ নাথ শৰ্মা, প্ৰাঞ্জল কলিতা আৰু হিৰুকমল পাঠক নামৰ 5 অভিযুক্তক । ইয়াৰ মাজৰ হেমেন্দ্ৰ নাথ শৰ্মা, প্ৰাঞ্জল কলিতা আৰু হিৰুকমল পাঠক ION Digital Zoneৰ কৰ্মকৰ্তা বুলি জানিব পৰা গৈছে ।

উল্লেখ্য যে,বুধবাৰে নিশা আটাইকেইজনক JEE কেলেংকাৰীৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছিল মহানগৰ আৰক্ষীয়ে । ধনৰ লেন-দেনেৰে পৰীক্ষাত জালিয়াতি কৰাৰ অপৰাধত গ্ৰেপ্তাৰ হৈছে আটাইকেইজন । জানিব পৰা মতে, ঘটনা সন্দৰ্ভত আজি পুনৰ বহুকেইজন আটক হোৱাৰ সম্ভাৱনা আছে ৷

লগতে পঢ়ক : ডিব্ৰুগড়ত দীনদয়াল অন্তোদয়া যোজনা-ৰাষ্ট্ৰীয় নগৰীয়া জীৱিকা অভিযান আৰম্ভ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.