ETV Bharat / state

বাইহাটাত বেতন বঞ্চিত কৰ্মচাৰীৰ হাহাকাৰ - মাহ

কামৰূপ পলিটেকনিকৰ চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীসকলে বহু মাহ ধৰি লাভ কৰা বেতন ৷ চৰকাৰৰ পৰা পোৱা নাই সঁহাৰি

বাইহাটাত বেতন বঞ্চিত কৰ্মচাৰীৰ হাহাকাৰ
author img

By

Published : Aug 15, 2019, 4:50 AM IST

বাইহাটা, 14 আগষ্ট : ক্ষোভিত হৈ পৰিছে বিগত 12 মাহে মাহিলী বেতনৰ পৰা বঞ্চিত চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী । বাইহাটা চাৰিআলিৰ কামৰূপ পলিটেকনিকৰ চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীসকলে বহু মাহ ধৰি লাভ কৰা নাই মাহিলী বেতন ৷ ফলত এতিয়া পানীত হাহ নচৰা অৱস্থা হৈছে এইসকল কৰ্মচাৰীৰ ৷ চৰকাৰ আৰু কাৰিকৰী বিভাগৰ সঞ্চালকৰ পৰা কোনো সূদুত্তৰ পোৱা নাই বুলি উল্লেখ কৰে কৰ্মচাৰীসকলে ৷ পূৰ্বে কৰ্মচাৰীসকলৰ দৰমহা আদায় দিছিল এইচ আৰ ডি কমাৰ্চিয়েল এণ্ড ইণ্ডাষ্ট্ৰিয়েল চিকিউৰিটি ফৰ্চ প্ৰা:লি: নামৰ ব্যক্তিগত প্ৰতিষ্ঠানটোৱে । কিন্তু ব্যক্তিগত প্ৰতিষ্ঠানটোৰ লগত কাৰিকৰী শিক্ষা সঞ্চালকালয়ৰ চুক্তিৰ ম্যাদ উকলি যোৱাৰ ফলত এইদৰে মাহিলী বেতনৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে কৰ্মচাৰীসকল ।

Intro:Baihata Kamrup Polytechnic 4th Grade Worker Durabastha
V/O:---বাইহাটা চাৰিআলিৰ কামৰূপ পলিটেকনিকৰ চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰি সকলৰ পানীত হাহ নচৰা অৱস্থা । বিগত ১২ মাহে মাহিলী বেতনৰ পৰা বঞ্চিত কৰ্মচাৰি সকল । চৰকাৰ বা কাৰিকৰি বিভাগৰ সঞ্চালকৰ পৰা পোৱা নাই সদ উত্তৰ । পূৰ্বে কৰ্মাৰি সকলৰ দৰমহা আদায় দিছিল এইচ আৰ ডি কমাৰ্চিয়েল এণ্ড ইণ্ডাষ্ট্ৰিয়েল চিকউৰিতি ফৰ্চ প্ৰা:লি: নামৰ ব্যক্তিগত প্ৰতিষ্ঠানটোৱে । কিন্তু ব্যক্তিগত প্ৰতিষ্ঠানটোৰ লগত কাৰিকৰি শিক্ষা সঞ্চালকৰ চুক্তিৰ ম্যাদ উকলি যোৱাৰ ফলত এইদৰে মাহিলী বেতনৰ পৰা বঞ্চিত হবলগীয়া হৈছে কৰ্মচাৰি সকল । ইয়াৰোপৰি আৰু বহু অভিযোগ উত্থাপন কৰে সংবাদ মাধ্যমৰ আগত ।
বাইট:---- Body:.Conclusion:.
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.