ETV Bharat / state

লক ডাউন : ৰঙিয়াত আৰ্তজনৰ কাষত থিয় দিছে আই আৰ চি টি চি

author img

By

Published : May 16, 2020, 5:45 PM IST

কৰ'ণা মহামাৰীৰ আতংকৰ সময়ত ৰঙিয়া ষ্টেচনত থকা এই কোম্পানীৰ ভোজনালয়ত আৰ্তজনৰ বাবে খাদ্য প্ৰস্তুত কৰা হয় । দৈনিক এই খাদ্য ৰঙিয়া ষ্টেচনৰ আশে-পাশে থকা মগনীয়া আৰু মানসিক বিকাৰগ্ৰস্ত অঘৰী লোকক খাদ্য যোগান ধৰা হয় ।

irctc-distributed-food-in-rangia
লক ডাউন : ৰঙিয়াত আৰ্তজনৰ কাষত থিয় দিছে আই আৰ চি টি চি

ৰঙিয়া, 16 মে‘ : দীৰ্ঘদিন ধৰি দেশজুৰি চলি থকা লকডাউনৰ সময়ত ৰঙিয়াত মগনীয়া, মানসিক বিকাৰগ্ৰস্ত আৰু দৰিদ্ৰ লোকৰ কাষত থিয় দিছে আই আৰ চি টি চিয়ে । ৰেল বিভাগৰ অধীনত কাম কৰা দেশৰ বৃহৎ কোম্পানী আইআৰচিটিচিয়ে প্ৰায় দুমাহ ধৰি দৈনিক ৬০০ লোকক খাদ্যৰ যোগান ধৰি মহানুভৱতাৰ পৰিচয় দিছে । কৰ'ণা মহামাৰীৰ আতংকৰ সময়ত ৰঙিয়া ষ্টেচনত থকা এই কোম্পানীৰ ভোজনালয়ত আৰ্তজনৰ বাবে খাদ্য প্ৰস্তুত কৰা হয় । দৈনিক এই খাদ্য ৰঙিয়া ষ্টেচনৰ আশে-পাশে থকা মগনীয়া আৰু মানসিক বিকাৰগ্ৰস্ত অঘৰী লোকক খাদ্য যোগান ধৰা হয় ।

লগতে ইয়াৰ পাৰ্শ্বৱৰ্তী এলেকা সমূহত খাদ্য সংকটত ভোগা দুখীয়া লোককো আইআৰচিটিচিয়ে খাদ্য যোগান ধৰি আহিছে । ইয়াৰ উপৰিও চাংসাৰী , নলবাৰী , বৰপেটা আদি ষ্টেচনৰ আশে-পাশে এই খাদ্য বিতৰণ কৰি আহিছে আই আৰ চি টি চিয়ে ৷

লগতে পঢ়ক :কোকৰাঝাৰত প্ৰধানমন্ত্ৰী আৱাস যোজনা আঁচনিত ব্যাপক দুৰ্নীতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.