ETV Bharat / state

কেৱল নাৰী শক্তিৰ তত্বাৱধানত বৰঝাৰ বিমানবন্দৰ - বিশ্ব নাৰী দিৱস

আন্তজাতিক নাৰীদিৱস উপলক্ষে কেৱল নাৰী শক্তিৰ দ্বাৰা পৰিচালিত হৈছে লোকপ্ৰীয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰ ।

আজি বিশ্ব নাৰী দিৱস
author img

By

Published : Mar 8, 2019, 3:24 PM IST

গুৱাহাটী,৮ মাৰ্চ: আজি বিশ্ব নাৰী দিৱস । এই দিৱস উপলক্ষে শুকুৰবাৰে মহিলাই পৰিচালনা কৰে আন্তঃৰাষ্ট্ৰীয় বৰঝাৰ বিমানবন্দৰৰ সমূহ কাম-কাজ ।

আজি বিশ্ব নাৰী দিৱস

কেতিয়াবা যদি নাৰীয়ে চলাইছে চাৰিচকীয়া বাহন,কেতিয়াবা আকৌ বিমান । কিন্তু এইবাৰ নাৰীয়ে পৰিচালিত কৰিছে আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ । কেতিয়াবা যদি আকাশত উৰি থকা বিমানখনৰ দিশ নিৰূপন কৰিছে, কেতিয়াবা আকৌ বিমানৰ অৱতৰন বা উৰণ পৰিচালিত কৰিছে । মুঠৰ ওপৰত সকলো কাম-কাজ চোৱা চিতা কৰিছে মহিলাসকলে ।এই কৰ্ম যদিও জটিল, কিন্তু এই দায়িত্বপূৰ্ণ কৰ্ম কৰি সুখী এইসকল মহিলা ।

Slug:-A_Azara_Women_Airport_Air_Traffic_Controler_vis+bite_801_Ajay_Das

 আজি বিশ্ব নাৰী দিৱস । আন্তঃৰাষ্ট্ৰীয় বৰঝাৰ বিমানবন্দৰ পৰিচালিত কৰিলে মহিলাই ।

Vo..নাৰী তুমি অন্যানা,নাৰী তুমি অহ্যাল্যা,সাহসৰ প্ৰতিক নাৰী । এতিয়া নাৰী সকলো দিশতে আগবঢ়া । আপোনালোকে প্ৰত্যোকে দেখিছে কেতিয়াবা যদি নাৰীয়ে ৪চকীয়া বাহন,কেতিয়াবা আকৌ বিমান চলোৱা আপোনালোকে শুনিছে বা দেখিছে । কিন্তু এতিয়া নাৰীয়ে পৰিচালিত কৰিছে আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ । হয় এই দৃশ্য বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্ত'ৰাষ্ট্ৰীয় বিমানবন্দৰৰ Air Traffic Controllerৰ ভিতৰচৰা । মহিলাই পৰিচালিত কৰিছে সমগ্ৰ বিমানবন্দৰৰ দিশ । কেতিয়াবা যদি আকাশত উৰি থকা বিমানখনক দিশ নিৰূপন কৰিছে, কেতিয়াবা আকৌ অৱতৰন বা উৰনৰ বিমান পৰিচালিত কৰিছে । মুঠৰ সকলো কাম-কাজ চোৱা চিতা কৰিছে এই মহিলাসকলে ।

Bite..

  এই সাহসী মহিলা সকলে কৰা এই কৰ্ম যদিও বহুত প্ৰতিদ্বন্ধীস্বৰূপ কিন্তু এই দায়িত্বপুৰ্ন কৰ্ম কৰি সুখী এই সকল মহিলা ।

Bite..

এনেদৰে নাৰীৰ মৰ্যাদা নাৰীৰ স্বাধিকাৰ আৰু মৰ্যাদা প্ৰতিষ্ঠাৰ ইতিহাসত ৮ মাৰ্চ তাৰিখটো এক ঐতিহাসিক আৰু গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি । সমাজ এখন সামাজিক, ৰাজনৈতিক, সাংস্কৃতিক আৰু অৰ্থনৈতিকভাৱে আগবাঢ়ি যাবলৈ হ’লে নাৰী-পুৰুষ নিৰ্বিশেষে সকলো ব্যক্তি সমানে আগবাঢ়ি যোৱাটো অপৰিহাৰ্য যদিও মানৱ সভ্যতাৰ বিকাশৰ ইতিহাসত এই ধাৰাবাহিকতা ৰক্ষা কৰা দেখা নাযায়। নাৰীৰ অনগ্ৰসৰতাই সমাজক পশ্চাদমুখী কৰাটো ইতিহাসে প্ৰতীয়মান কৰিছে ।

 Bite

 আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰখনত এনেদৰে কৰা সাহসী কৰ্ম সচাই প্ৰশংসনীয় ।

দক্ষিণ কামৰূপ/আজাৰা পৰা অজয় দাস, etv bharat assam
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.