ETV Bharat / state

বকোত চেগুন কাঠৰ কুণ্ডা ভৰ্তি টাটা ডিআই জব্দ

author img

By

Published : Apr 25, 2021, 9:43 PM IST

বকোৰ শিংৰা বিট অফিচৰ সমীপত প্ৰায় ৬০ হাজাৰ টকা বজাৰ মূল্যৰ চেগুন গছৰ কুণ্ডা জব্দ কৰে বন বিভাগে । ঘটনাস্থলীৰ পৰা পলায়ন গাড়ীৰ চালকৰ ৷

teak wood seized
বকোত চেগুন কাঠৰ কুণ্ডা ভৰ্তি টাটা ডিআই জব্দ

বকো, 25 এপ্ৰিল : বকোত শিংৰা বনাঞ্চলিক কাৰ্যালয়ে জব্দ কৰিলে চেগুন গছৰ কুণ্ডা ভৰ্তি টাটা ডি আই । বকোৰ শিংৰা বিট অফিচৰ সমীপত খেদি খেদি জব্দ কৰে টাটা ডি আই খন । ঘটনাস্থলীৰ পৰা পলায়ন কৰে গাড়ীৰ চালকৰ । প্ৰায় ৬০ হাজাৰ টকা বজাৰ মূল্যৰ চেগুন গছৰ কুণ্ডা জব্দ কৰে বন বিভাগে ।

আপুৰুগীয়া চেগুন গছসমূহ কিছুমান দুষ্ট চক্ৰই আৰ্থিক মুনাফাৰ বাবে ধংস কৰাত উঠি পৰি লাগিছে । উল্লেখ্য যে, চেগুন কাঠৰ কুণ্ডাসমুহ চুবুৰীয়া মেঘালয় ৰাজ্যৰ ফালৰ পৰা অবৈধভাৱে কঢ়িয়াই অনা বুলি সন্দেহ প্ৰকাশ কৰিছে বনবিভাগে ।

লগতে পঢ়ক : ৰিতুল শইকীয়াৰ সন্ধান এতিয়াও পোৱা নাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.