ETV Bharat / state

মিৰ্জাৰ মালিয়াটা পাহাৰত বন মাফিয়াৰ অবৈধ খনন - বন মাফিয়াৰ অবৈধ খনন কাৰ্য

এই সন্দৰ্ভত বন বিভাগৰ নিৰ্লিপ্ত ভূমিকা

মালিয়াটা পাহাৰত বন মাফিয়াৰ অবৈধ খনন কাৰ্য
author img

By

Published : Mar 11, 2019, 12:34 PM IST

গুৱাহাটী , ১১ মাৰ্চ : পূবকামৰূপৰ মিৰ্জাৰ গোঁসাইহাটত থকা মনোৰম মালিয়াটা পাহাৰত এতিয়া অবাধে চলিছে খনন কাৰ্য । পূবকামৰূপ বন সংমণ্ডলৰ পলাশবাৰী বনাঞ্চলিক কাৰ্যালয়ৰ অধীনত আছে এই মালিয়াটা পাহাৰ ।

পাহাৰখনত অবৈধ খনন অব্যাহত থকাৰকৰাৰ লগতে গছ গছনি কাটি ধ্বংস কৰিছে একাংশ দুৰ্বৃত্তই । এতিয়া প্ৰশ্ন হয় বন মাফিয়াৰ এই দুষ্কাৰ্য পলাশবাৰী মিৰ্জা আঞ্চলিক বনাঞ্চল পূব কামৰূপ সংমণ্ডলৰ বিষয়াৰ চকুত পৰিব নে, নে এনেকৈয়ে খনন কাৰ্য্যত সহযোগিতা কৰি যাব বন বিষয়াই ।

Slug:-A_Azara_ilegal_Diging_811-818_Ajay_Das

পূৱ কামৰূপ বন সংমণ্ডলৰ পলাশবাৰী বনাঞ্চলিক কাৰ্যালয়ৰ অধীনৰ দক্ষিণ কামৰূপৰ মিৰ্জা গোসাইহাটত থকা মনোৰম মালিয়াটা পাহাৰত এতিয়া অবাধে চলিছে কেৱল খনন কাৰ্য ।

Vo...কিছুদিন আগলৈ ইয়াত এখন পাহাৰ আছিল । নাম মালিয়াটা । পূৱ কামৰূপ বন সংমণ্ডলৰ পলাশবাৰী বনাঞ্চলিক কাৰ্যালয়ৰ অধীনৰ গোসাইহাটত থকা মনোৰম এই দক্ষিণ কামৰূপৰ   মালিয়াটা পাহাৰত এতিয়া অবাধে চলিছে কেৱল খনন কাৰ্য । পাহাৰ খনৰ মাটি খণ্ডন কৰাৰ লগতে গছ গছনি কাটি ধ্বংস কৰিলে দুষ্টকৃতিকাৰীয়ে । বন বিভাগ সোমাইছে দুষ্ট চক্ৰৰ পকেটত। বন বিভাগে mange হৈ গভীৰ নিদ্ৰাত । এই দৃশ্যবোৰ দেখিলে গাৰ নোম শিয়ৰি উঠিব আপোনাৰ ।  দিনে নিশাই চলা এই খনন কাৰ্যত দুৰ্বিষহ হৈ পৰিছে গঞাৰ জীৱন ।

   এইদৰে দীৰ্ঘদিন ধৰি খনন চলোৱাৰ ফলত এতিয়া ধৰিবই নোৱাৰি মালিয়াটা পাহাৰৰ ছবি । মাফিয়া চক্ৰৰ পকেটত সোমোৱা বন বিভাগে সকলো দেখিও ধৰি আছে চকু মুদা কুলিৰ ভাও । এইদৰে দিনে নিশাই বক্ষ বিদাৰি থাকিলে হয়ো কিছুদিনৰ ভিতৰতে একেবাৰে অতীত হব এসময়ত উজলি থকা মালিয়াটা পাহাৰ। প্ৰশ্ন হয় পালাশবাৰী মিৰ্জা আঞ্চলিক বনাঞ্চল পূব কামৰূপ সংমণ্ডলৰ বিষয়াৰ চকুত পৰিব নে ?? নে এনেকৈ খনন কাৰ্য্যত সহযোগিতা কৰি যাব বন বিষয়াই ।

দক্ষিণ কামৰূপ/আজাৰা পৰা অজয় দাস, etv bharat assam

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.