ETV Bharat / state

ইতিহাসত আজিৰ দিনটো

author img

By

Published : Aug 30, 2019, 8:33 AM IST

চাওঁ আহক বিশ্ব ইতিহাসত আজিৰ দিনটো (৩০ আগষ্ট)ত সংঘটিত কেইটামান বিশেষ ঘটনা-

ইতিহাসত আজিৰ দিনটো

১৯৪৫ চনৰ আজিৰ দিনটোতে হংকঙত সমাপ্ত হৈছিল জাপানৰ আধিপত্য ।

১৯৬২ চনৰ ৩০ আগষ্টত দ্বিতীয় বিশ্ব যুদ্ধৰ সময়ত জাৰ্মানীয়ে পৰীক্ষণ কৰিছিল ইয়াৰ প্ৰথমখন উৰাজাহাজ NAMC YS-11 । দ্বিতীয় বিশ্ব যুদ্ধৰ সমাপ্তিৰ পাচতে এই উৰাজাহাজখন জাপানৰ একমাত্ৰ সফল বাণিজ্যিক উৰাজাহাজ হিচাপে পৰিগণিত হৈছিল ।

টকিঅ'ৰ মাৰুনাউচিৰ মিটচোপবিছি হেভি ইণ্ডষ্টিজৰ মুখ্য কাৰ্যালয়ত ১৯৭৪ চনৰ আজিৰ দিনটোতে সংঘটিত হৈছিল ভয়ংকৰ বিস্ফোৰণ । বিস্ফোৰণত নিহত আঠগৰাকীকৈ লোক, লগতে আহত 378 গৰাকী ৷ এই ঘটনাত জড়িত থকাৰ সন্দেহত 1975 চনৰ 19 মে'ত জাপানৰ কৰ্তৃপক্ষই আটক কৰে আঠগৰাকী বাওঁপন্থী সংগ্ৰামীক ৷

১৯৯৭ চনৰ এই দিনটোতে অসমৰ ৰাজ্যপাল লোকনাথ মিশ্ৰৰ অসমৰ পৰা প্ৰত্যাগমন ঘটে ।

১৯৯০ চনৰ এই দিনটোতে লোকসভাত সৰ্বসন্মতিক্ৰমে আকাশবাণী আৰু দূৰদৰ্শনক স্বায়ত্ব শাসন প্ৰদান কৰা ঐতিহাসিক ‘‘প্ৰচাৰ ভাৰতী বিধেয়ক’’খন গৃহীত হয়।

১৯৮৪ চনৰ এই দিনটোতে আমেৰিকাৰ স্পেচ ছাটল ‘‘ডিস্ক’ভাৰি’’ৰ প্ৰথমটো উৰণ সম্পন্ন হৈছিল।

২০০০ চনৰ এই দিনটোতে সাহিত্যিক তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি হিতেশ ডেকাৰ মৃত্যু হয় ৷

এই দিনটোতে উগ্ৰপন্থীৰ বোমা বিস্ফোৰণত ইৰাণী ৰাষ্ট্ৰপতি মঃ আলি ৰাজাই আৰু প্ৰধানমন্ত্ৰী মঃ বানোহৰৰ মৃত্যু হৈছিল।

১৮৫২ চনৰ এই দিনটোতে নেদাৰলেণ্ডৰ প্ৰখ্যাত বিজ্ঞানী যাকোবুছ হেনৰীৰ জন্ম হয়। তেওঁ ৰসায়ন বিজ্ঞানত নোবেল বঁটা লাভ কৰে ১৯০১ চনত। তেওঁই নোবেল বঁটা লাভ কৰা প্ৰথম বিজ্ঞানী ৷

১৮৭০ চনৰ এই দিনটোতে কবি-সাহিত্যিক মফিজুদ্দিন আহমদ হাজৰিকাৰ জন্ম হয়।

১৮৭১ চনৰ এই দিনটোতে পৰমাণু বিভাজনৰ অন্যতম পথ প্ৰদশৰ্ক লৰ্ড আৰ্নেষ্ট ৰাডাৰফোৰ্ডৰ জন্ম হয়৷ ১৯০৮ চনত তেওঁ ৰসায়ন বিজ্ঞানত ন'বেল বঁটা লাভ কৰে৷

Intro:Body:

AJIR DINTU

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.