ETV Bharat / state

ইতিহাসত আজিৰ দিনটো - Etv Bharat

চাওঁ আহক 19 আগষ্টত বিশ্ব ইতিহাসত সংঘটিত কেইটামান বিশেষ ঘটনাৰ বিষয়ে:

ইতিহাসত আজিৰ দিনটো
author img

By

Published : Aug 19, 2019, 11:10 AM IST

ৰাজ্যিক

  • 1980 চনৰ আজিৰ দিনটোতে বিশিষ্ট লেখক,অভিনেতা জ্ঞানদাভিৰাম বৰুৱাৰ জন্ম হয় । বৰুৱাই 1933 চনৰ উত্তৰ লখিমপুৰত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ চতুৰ্দশ অধিৱেশনত সভাপতিত্ব কৰিছিল ।
  • 1904 চনৰ আজিৰ দিনটোতে বিশিষ্ট কবি,গীতিকাৰ,নাট্যকাৰ গীতিকবি পাৰ্বতী প্ৰসাদ বৰুৱাৰ জন্ম হয় ।
  • 1926 চনৰ আজিৰ দিনটোতে কবি সাহিত্যিক,অনুবাদক আৰু প্ৰশাসনিক বিষয়া অজিত বৰুৱাৰ জন্ম হয়। "ব্ৰহ্মপুত্ৰ ইত্যাদি পদ্য" কবিতা পুথিৰ বাবে তেখেতক 1989 চনত সাহিত্য অকাডেমি বঁটাৰে সন্মানিত কৰা হৈছিল ৷
  • 1930 চনৰ আজিৰ দিনটোতে যোৰহাটত স্থাপন কৰা হৈছিল উজনি অসমৰ একমাত্ৰ মহাবিদ্যালয় জগন্নাথ বৰুৱা মহাবিদ্যালয় । সেই সময়ত জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ নাম আছিল উজনি অসম মহাবিদ্যালয় ।1938 চনৰ 25 জুনত উজনি অসম মহাবিদ্যালয়ক জগন্নাথ বৰুৱা মহাবিদ্যালয় নামেৰে নামাকৰণ কৰা হয় ৷

ৰাষ্ট্ৰীয়

  • 1757 চনৰ আজিৰ দিনটোতে ইষ্ট ইণ্ডিয়া কোম্পানীয়ে কলকাতাৰ টকাশালত ভাৰতৰ প্ৰথমটো ১ টকীয়া মুদ্ৰা প্ৰস্তুত কৰি উলিয়াই ।
  • 1918 চনৰ আজিৰ দিনটোতে ভাৰতৰ নৱম জন ৰাষ্ট্ৰপতি ড0 শংকৰ দয়াল শৰ্মাৰ জন্ম হয় ।
  • 1949 চনৰ আজিৰ দিনটোতে ভূৱনেশ্বৰক ওৰিশ্যাৰ ৰাজধানী হিচাপে ঘোষণা কৰা হয় ।

আন্তঃৰাষ্ট্ৰীয়

  • 1849 চনৰ আজিৰ দিনটোতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউৰ্য়কত সৰ্বাধিক প্ৰকাশিত বাতৰি কাকত নিউৰ্য়ক হেৰল্ডত কেলফৰ্ণিয়াত প্ৰথম সোণৰ আৱিস্কাৰৰ বাতৰি প্ৰকাশ হয় ৷
  • আজি আফগানিস্তানৰ স্বাধীনতা দিৱস । 1919 চনৰ আজিৰ দিনটোতে আফগানিস্তানে ব্ৰিটেইনৰ পৰা পৰাধীনতাৰ শিকলি চিঙি স্বাধীনতা লাভ কৰে ৷
  • আজি বিশ্ব ফটোগ্ৰাফী ডে' ৷ 1939 চনৰ আজিৰ দিনটোতে ফ্ৰান্সত পোন প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হৈছিল বিশ্ব ফটোগ্ৰাফী ডে' ৷

Intro:Body:Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.