ETV Bharat / state

অসমৰ ৰাজনীতিত সৰ্বকালৰ কলংকিত নায়ক হিমন্ত বিশ্ব শৰ্মাঃ কমল মেধি

author img

By

Published : Apr 17, 2019, 1:04 PM IST

কংগ্ৰেছ দলৰ মুখপাত্ৰ কমল মেধিয়ে এই মন্তব্য কৰে ৷ বাইহাটা চাৰিআলিত ববিতা শৰ্মাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ এই মন্তব্য প্ৰাক্তন কৃষক নেতাজনৰ ৷

অসমৰ ৰাজনীতিত সৰ্বকালৰ কলংকিত নায়ক হিমন্ত বিশ্ব শৰ্মা : কমল মেধি

বাইহাটা ,17 এপ্ৰিলঃ "অসমৰ ৰাজনীতিত সৰ্বকালৰ কলংকিত নায়ক হিমন্ত বিশ্ব শৰ্মা " ৷ বাইহাটা চাৰিআলিত ববিতা শৰ্মাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ কংগ্ৰেছ দলৰ মুখপাত্ৰ কমল মেধিয়ে এইদৰে মন্তব্য কৰে ৷

এই নিৰ্বাচনী প্ৰচাৰ সভাত বিজেপি চৰকাৰ আৰু হিমন্ত বিশ্ব শৰ্মাক কটু সমালোচনা কৰে প্ৰাক্তন কৃষক নেতাজনে ৷ তেওঁৰ ভাষণ প্ৰসংগত বিজেপি চৰকাৰে আল্লা আৰু ভগৱানৰ মাজত কাজিয়া লগাই দিবলৈ চেষ্টা কৰা বুলিও উল্লেখ কৰে কমল মেধিয়ে ৷ লগতে তেখেতে হিমন্ত বিশ্ব শৰ্মাই কেলেংকাৰীৰ পৰা নিজক বচাবৰ বাবে অমিত শ্বাহ আৰু নৰেন্দ্ৰ মোডীৰ চৰনত শৰণ লোৱা বুলিও অভিযোগ উত্থাপন কৰে ৷ ইপিনে কোন দেশদ্ৰোহী , কোন দেশপ্ৰেমী সেই চাৰ্টিফিকেট হিমন্ত বিশ্ব শৰ্মাই এতিয়া বিলাই ফুৰা বুলিও ভাষণত উল্লেখ কৰে কমল মেধিয়ে ৷ আনহাতে হিমন্ত বিশ্ব শৰ্মাই অসমৰ ৰাজনীতি বিষাক্ত কৰিবৰ বাবে আটাইতকৈ সাম্প্ৰদায়িক ৰাজনীতিৰ গুৰি ধৰা বুলিও অভিযোগ কংগ্ৰেছ মুখপাত্ৰ কমল মেধিৰ ৷

Intro:V/O---বাইহাটা চাৰিআলিত প্ৰাক্তন কৃষক নেতা তথা বৰ্তমান কংগ্ৰেছ দলৰ মুখপাত্ৰ কমল মেধিৰ ববিতা শৰ্মাৰ হৈ নিৰ্বাচনি প্ৰচাৰ । ভাষণত বিজেপি চৰকাৰ আৰু হিমন্ত বিশ্ব শৰ্মাক কটু সমালোচনা ।আল্লা আৰু ভগবানৰ মাজত বিজেপি চৰকাৰে কাজিয়া লগাই দিবলৈ চেষ্টা কাৰা বুলিও উল্লেখ কৰে ভাষণ প্ৰসঙ্গত । হিমন্ত বিশ্ব শৰ্মাই কেলেংকাৰিৰ পৰা নিজক বচাবৰ কাৰনে অমিত শ্বাহ , নৰেন্দ্ৰ মোডীৰ চৰনত শৰণ লোৱা বুলিও উল্লেখ কৰে কমল মেধিয়ে । কোন দেশদ্ৰোহী , কোন দেশপ্ৰেমী সেই চাৰ্টিফিকেট হিমন্ত বিশ্ব শৰ্মাই এতিয়া বিলাই ফুৰা বুলিও ভাষণনত উল্লেখ কৰে কমল মেধিয়ে । অসমৰ ৰাজনীতিত সৰ্ব কালৰ কলংকিত নায়ক আখ্যা দিয়ে হিমন্ত বিশ্ব শৰ্মাক । হিমন্ত বিশ্ব শৰ্মাই অসমৰ ৰাজনীতি বিষাক্ত কৰিবৰ কাৰনে আটাইতকৈ সাম্প্ৰদায়িক ৰাজনীতিৰ গুৰি ধৰা বুলি অভিযোগ কংগ্ৰেছ মুখপাত্ৰ কমল মেধিৰ ।
Body:.Conclusion:Gautam delay
Kamalpur.
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.