ETV Bharat / state

মিলনভূমিত পৰিণত তীৰ্থনগৰী হাজো

পূৰ্বৰ পৰাই তীৰ্থনগৰী হাজোত গঠন হৈ আহিছে হিন্দু-মুছলমানৰ ভাতৃত্ববোধ । এইবাৰ ৰমজান মাহতো এই কথাৰ পূৰ্ণ প্ৰতিফলন দেখা গ'ল ।

author img

By

Published : Jun 3, 2019, 2:21 PM IST

Updated : Jun 3, 2019, 2:30 PM IST

মিলনভূমিত পৰিণত তীৰ্থনগৰী হাজো

কামৰূপ,৩ জুনঃ পৱিত্ৰ ৰমজান মাহত হাজোত দেখা গ'ল এক ব্যতিক্ৰমী পৰিৱেশ । ঈদৰ প্ৰাকক্ষণত তীৰ্থনগৰীৰ ন-সস্তাৰ নিবাসী তথা সাধক প্ৰমোদ বেজবৰুৱাই হাজোৰ মুছলিমপট্টি মছজিদত বিতৰণ কৰে কোৰাণ শ্বৰীফ, টুপী,তছবিৰ লগতে ফলমূল । পৱিত্ৰ ৰমজান মাহত মুছলমান ধৰ্মাৱলম্বী লোকক এই সামগ্ৰীসমূহ প্ৰদান কৰি হাজোৰ হিন্দু-মুছলমানৰ ঐক্যৰ এনাজৰী ডাল এতিয়াও যে সুদৃঢ় হৈ আছে তাকে পুনৰবাৰ প্ৰমাণ কৰিলে । সাধক গৰাকীৰ এনে পদক্ষেপৰ দ্বাৰা হাজোৰ শান্তি-সম্প্ৰতি তথা ভাতৃত্ববোধ অটুত থকাৰ কথা প্ৰতিফলন কৰাৰ লগতে এক উৎকৃষ্ট নিদৰ্শন দাঙি ধৰে ৷

VISUALS SEND BY FTP
03.06.1
SLUG- HAJO UNITY SPECIAL STORY

SCRIPT- দেশৰ প্ৰতিটো সংকটপূৰ্ণ  অৱস্থাতে তীৰ্থনগৰী হাজোৰ পৰাই হিন্দু-মুছলমানৰ ভাতৃত্ববোধৰ বাৰ্তাই বিগত সময়বোৰত এক বিশেষ ভূমিকা লৈ আহিছে । ইয়াৰে যেন পুনৰবাৰ প্ৰতিফলন ঘটিল । ঈদৰ প্ৰাকক্ষণত তীৰ্থনগৰীৰ ন-সস্তাৰ নিবাসী  তথা সাধক প্ৰমোদ বেজবৰুৱাই হাজোৰ মুছলিমপট্টি মছজিদত এনেদৰে বিতৰন কৰিলে কোৰান শ্বৰীফ, টুপী,তছবিৰ লগতে ফলমূল । পবিত্ৰ ৰমজান মাহত মুছলমানধৰ্মাৱলম্বী লোকক এই সামগ্ৰী প্ৰদান কৰি হাজোৰ হিন্দু-মুছলমানৰ ঐক্যৰ এনাজৰী ডাল  এতিয়াও  যে সুদৃঢ় হৈ আছে তাকে পুনৰ প্ৰমাণ কৰিলে ।  সাধক গৰাকীৰ এনে পদক্ষেপৰ দ্বাৰা হাজোৰ শান্তি-সম্প্ৰতি তথা ভাতৃত্ববোধ অটুত থকাত এইটোয়ে এক উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিলে ।
Last Updated : Jun 3, 2019, 2:30 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.