হাজো, 9 ছেপ্তেম্বৰ : হাজোত এন আৰ চিত নাম বাদ পৰা ৩ হাজাৰ লোকক সহায় কৰিবলৈ আগবাঢ়ি আহিছে হাজোৰ কংগ্ৰেছ নেতা দুলু আহমেদ । হাজোত এনআৰচি ত নাম বাদ পৰা ৩ হাজাৰ লোকক দুলু আহমেডে নিজাববীয়াকৈ আইনী সাহাৰ্য দিয়াৰ কথা ঘোষণা কৰিছে । সোমবাৰে হাজোৰ বুল্লুট, বঙালপাৰা আদি অঞ্চলত কেইবাখনো সভা অনুষ্ঠিত কৰি এনআৰচি ৰ পৰা নাম বাদ পৰা প্ৰকৃত ভাৰতীয় নাগৰিকক সকলক সহায় কৰাৰ কথা জনায় দুলু আহমেদে । কোনো প্ৰকৃত ভাৰতীয়ৰ যাতে নাম NRC ৰ পৰা বাদ নপৰে তাৰ বাবে দুলু আহমেদৰ এই পদক্ষেপ ।
এনআৰচিত নাম বাদ লোকৰ কাষত কংগ্ৰেছ নেতা দুলু আহমেদ - দুলু আহমেদ
হাজোত এনআৰচিত নাম বাদ পৰা ৩ হাজাৰ লোকক দুলু আহমেদে নিজাববীয়াকৈ আইনী সাহাৰ্য দিয়াৰ কথা ঘোষণা ৷
হাজো, 9 ছেপ্তেম্বৰ : হাজোত এন আৰ চিত নাম বাদ পৰা ৩ হাজাৰ লোকক সহায় কৰিবলৈ আগবাঢ়ি আহিছে হাজোৰ কংগ্ৰেছ নেতা দুলু আহমেদ । হাজোত এনআৰচি ত নাম বাদ পৰা ৩ হাজাৰ লোকক দুলু আহমেডে নিজাববীয়াকৈ আইনী সাহাৰ্য দিয়াৰ কথা ঘোষণা কৰিছে । সোমবাৰে হাজোৰ বুল্লুট, বঙালপাৰা আদি অঞ্চলত কেইবাখনো সভা অনুষ্ঠিত কৰি এনআৰচি ৰ পৰা নাম বাদ পৰা প্ৰকৃত ভাৰতীয় নাগৰিকক সকলক সহায় কৰাৰ কথা জনায় দুলু আহমেদে । কোনো প্ৰকৃত ভাৰতীয়ৰ যাতে নাম NRC ৰ পৰা বাদ নপৰে তাৰ বাবে দুলু আহমেদৰ এই পদক্ষেপ ।
Script- হাজোত NRCত নাম বাদ পৰা ৩ হাজাৰ লোকক সহায় কৰিবলৈ আগবাঢ়ি আহিছে হাজোৰ কংগ্ৰেছ নেতা দুলু আহমেদ। Body:হাজোত NRC ত নাম বাদ পৰা ৩ হাজাৰ লোকক দুলু আহমেডে নিজাববীয়াকৈ আইনী সাহাৰ্য্য দিয়াৰ কথা ঘোষণা কৰিছে। আজি হাজোৰ বুল্লুট, বঙালপাৰা আদি অঞ্চলত কেইবাখনো সভা অনুষ্ঠিত কৰি NRC ৰ পৰা নাম বাদ পৰা প্ৰকৃত ভাৰতীয় নাগৰিকক সকলক সহায় কৰাৰ কথা জনালে দুলু আহমেদে। কোনো প্ৰকৃত ভাৰতীয়ৰ যাতে নাম NRC ৰ পৰা বাদ নপৰে তাৰ বাবে দুলু আহমেদৰ এই পদক্ষেপ।NRCৰ পৰা নাম বাদ পৰা এইসকল লোকক চিন্তাৰ কাৰণ নাই বুলি কলে দুলু আহমেদে। Conclusion:আইনী সাহাৰ্য্যৰ বাবে আইনী প্ৰক্ৰিয়া অতি শীঘ্ৰে আৰম্ভ হ`ব বুলি কলে দুলুৱে।