ETV Bharat / state

২৪ ঘন্টাই বিদুৎ যোগানত ব্যৰ্থ চৰকাৰ

author img

By

Published : Aug 8, 2019, 8:00 PM IST

২৪ ঘন্টাই বিদুৎ যোগান, বাস্তৱত অসাৰ প্ৰতিপন্ন চৰকাৰৰ প্ৰতিশ্ৰুতি ৷ শক্তি বিভাগৰ দায়িত্বজ্ঞানহীনতাৰ বাবে 48 ঘন্টা ধৰি আন্ধাৰত আছে সোণাপুৰবাসী ।

২৪ ঘন্টাই বিদুৎ যোগানত ব্যৰ্থ চৰকাৰ

গুৱাহাটী,8আগষ্টঃ শক্তি বিভাগৰ দায়িত্বজ্ঞানহীনতাৰ বাবে হাৰাশাস্তিৰ সন্মুখীন সোণাপুৰবাসী । ৪৮ ঘণ্টাৰ পাছতো বিদুৎ সংযোগত ব্যৰ্থ শক্তি বিভাগ । মঙলবাৰে নিশা অহা বিধ্বংসী ধুমুহাত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মহানগৰীৰ সমীপৱৰ্তী অঞ্চল সোণাপুৰ থানাৰ অন্তৰ্গত হহৰা গাঁও পঞ্চায়ত এলেকাতো বিস্তৰ ক্ষতিসাধন হয় । এলেকাটোৰ গুমূৰীয়া, কমাৰকুছি, কলংপাৰ, বৰগুগ, বগীবাৰী, নিজহহৰা আদি গাঁৱত গছ-গছনি ভাঙি প্ৰায় ১০০ তকৈও অধিক বিদুতৰ খুঁটা ক্ষতিগ্ৰস্ত হৈছিল । কিন্তু বৃহস্পতিবাৰেলৈকে ৪৮ ঘণ্টা পাৰ হোৱাৰ পিছতো অঞ্চলকেইটাত বিদুৎ যোগান দিব পৰা নাই বিভাগীয় কৰ্তৃপক্ষই । যাৰ ফলত উৎকট গৰম সহিব নোৱাৰি ক্ষোভিত হৈ পৰিছে অঞ্চলবাসী ।

Intro:বিদুৎ বিভাগৰ দায়িত্বজ্ঞানহীনতাৰ বাবে হাৰাশাস্তিৰ সন্মুখীন সোণাপুৰবাসী। ৪৮ঘণ্টা পিছতো বিদুৎ সংযোগত ব্যৰ্থ বিদুৎ বিভাগ। যোৱা মংগলবাৰে নিশা অহা বিধ্বংসী ধুমুহাত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মহানগৰীৰ সমীপৱৰ্তী অঞ্চল সোণাপুৰ থানাৰ অন্তৰ্গত হহৰা গাঁও পঞ্চায়ত এলেকাতো বিস্তৰ ক্ষতিসাধন হয়। এলেকাটোৰ গুমূৰীয়া, কমাৰকুছি, কলংপাৰ, বৰগুগ, বগীবাৰী, নিজহহৰা আদি গাঁৱত গছ-গছনি ভাঙি প্ৰায় ১০০তকৈও অধিক বিদুতৰ খুঁটা ক্ষতিগ্ৰস্ত হৈছিল। কিন্তু আজি ৪৮ঘণ্টা পাৰ হোৱাৰ পিছতো অঞ্চলকেইটাত বিদুৎ যোগান দিব পৰা নাই বিভাগে। যাৰ ফলত উৎকট গৰমত ত্ৰাহি মধুসুধন সুঁৱৰিছে অঞ্চলবাসীয়ে। বিদুৎ বিভাগৰ এনে দায়িত্বজ্ঞানহীনতাৰ বাবে ক্ষোভিত হৈ পৰিছে অঞ্চলবাসী। অতিশীঘ্ৰে ২৪ঘণ্টাই বিজুলী যোগান ধৰাৰ শ্লোগান দিয়া চৰকাৰক অঞ্চলটোলৈ চকু মেলি চাবলৈ দাবী জনাইছে স্থানীয় ৰাইজে। Body:Hirul Haque Conclusion:Guwahati
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.