ETV Bharat / state

ৰঙিয়াৰ বিদ্যালয়সমূহত বিশেষ তৎপৰতা

author img

By

Published : Sep 20, 2020, 4:28 PM IST

শিক্ষা বিভাগৰ নিৰ্দেশনাৰ পিচতে তৎপৰ হৈ পৰিছে শিক্ষানুষ্ঠান সমূহৰ কৰ্তৃপক্ষ । ৰঙিয়াৰ কাউৰবাহাৰ এ পি জে আব্দুল কালাম হাইস্কুল আৰু কাউৰবাহা ফখৰুদ্দিন মাদ্ৰাছা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পাঠদান কৰাৰ আগতে কৰ্তৃপক্ষই আৰম্ভ কৰিছে বিদ্যালয় ছেনিটাইজৰ ব্যবস্থা ।

Government schools to reopen after 6 months in Assam Rangia
বিভাগীয় নিৰ্দেশনাৰ পিচতে ৰঙিয়াৰ বিদ্যালয়সমূহত বিশেষ তৎপৰতা

ৰঙিয়া, 20 ছেপ্তেম্বৰ : মহামাৰী কৰ'ণাৰ বাবে প্ৰায় 6 মাহ ধৰি বন্ধ হৈ থকা বিদ্যালয়সমূহ নতুনকৈ খুলিবৰ বাবে শিক্ষা বিভাগে দিয়া নিৰ্দেশনাৰ পিচতে তৎপৰ হৈছে শিক্ষানুষ্ঠান সমূহৰ কৰ্তৃপক্ষ । ৰঙিয়াৰ কাউৰবাহাৰ এ পি জে আব্দুল কালাম হাইস্কুল আৰু কাউৰবাহা ফখৰুদ্দিন মাদ্ৰাছা উচ্চতৰ মাধ্যমিক বিদ্যালয় কৰ্তৃপক্ষই আৰম্ভ কৰিছে বিদ্যালয় ছেনিটাইজ । বিদ্যালয়খনৰ সকলো আচবাব ছেনিটাইজ কৰাৰ লগতে বিদ্যালয়খনৰ সকলো অঞ্চল চাফ-চিকুন কৰা পৰিলক্ষিত হৈছে ৷

উল্লেখ্য যে, ৰাজ্যৰ শিক্ষা বিভাগে 21 তাৰিখৰ পৰা নৱম, দশম, একাদশ আৰু দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী সকলক পাঠদান প্ৰদান কাৰ্যসূচী আৰম্ভ কৰিবলৈ দিয়া কাৰ্যক একমুখে আদৰণি জনাইছে শিক্ষক তথা অভিভাৱকসকলে । শিক্ষা বিভাগে দিয়া সম্পূৰ্ণ নীতি-নিয়ম অনুসৰি ছাত্ৰ-ছাত্ৰীক শিক্ষা প্ৰদান কৰিবলৈ প্ৰস্তুত শিক্ষানুষ্ঠান কেইখনৰ শিক্ষক-শিক্ষয়িত্ৰীসকল ।

লগতে পঢ়ক : বিদ্যালয় খোলাক লৈ দোমোজাত পৰিছে কৰ্তৃপক্ষ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.