ETV Bharat / state

বৰঝাৰ বিমানবন্দৰত ২৫ লক্ষাধিক টকাৰ সোণসহ এজনক আটক

গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত সোণসহ এজন লোকক আটক কৰে বিমান বন্দৰ আৰক্ষীয়ে। ধৃত লোক জনৰ নাম আজমত আলী ৷

বৰঝাৰ বিমানবন্দৰত ২৫ লক্ষাধিক টকাৰ সোণ সহ এজন লোকক আটক আৰক্ষীৰ
author img

By

Published : Nov 14, 2019, 4:39 PM IST

Updated : Nov 14, 2019, 4:51 PM IST

আজাৰা,14 নৱেম্বৰঃ বৰঝাৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত ২৫ লক্ষাধিক টকাৰ সোণসহ এজন লোকক আটক বিমান বন্দৰ আৰক্ষীৰ। ধৃত লোক জনৰ নাম আজমত আলী

বৰঝাৰ বিমানবন্দৰত ২৫ লক্ষাধিক টকাৰ সোণ সহ এজন লোকক আটক আৰক্ষীৰ

বৃহস্পতিবাৰে গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত সোণসহ এজন লোকক আটক কৰে বিমান বন্দৰ আৰক্ষীয়ে। জানিব পৰা মতে সন্ধিয়া প্ৰায় ৬ বজাত GoAirৰ G8-257 নম্বৰৰ বিমানখনত দিল্লীলৈ অহাৰ সময়তে বিমান বন্দৰ আৰক্ষীৰ হাতত আটক হয় আজমত আলী ৷ ধৃত আজমলে মলাশয়ৰ ভিতৰত লৈ আনিছিল ৬৬৪ গ্ৰাম সোণৰ বিস্কুট ৷ যাৰ বজাৰ মূল্য প্ৰায় ২৫.৭৫ লাখ টকা হ'ব বুলি অনুমান কৰা হৈছে । ৪ টা সোণৰ বাৰ(বিস্কুট) ২টাকৈ পেকেটত ভৰাই বেলুনেৰে মেৰিয়াই লৈ আনিছিল আজমত আলীয়ে ৷ পিছত লোকজনৰ লগতে জব্দ হোৱা সোণখিনি বিমানবন্দৰৰ CISF বাহিনীয়ে গতাই দিয়ে Custom বিভাগক ।

লগতে চাওকঃ ডিমা হাছাওত নিৰ্মাণ হ'ব চাৰিলেনযুক্ত পথ

Intro:বৰঝাৰ বিমানবন্দৰত জব্দ ২৫ লক্ষাধিক টকাৰ সোন । মলাশয়ৰ ভিতৰত লৈ আনিছিল ৪খনকৈ সোনৰ বিস্কুত । Body:Ocvo...প্ৰায়ে অপৰাধীৰ ৰমৰমীয়া ঘাটি হৈ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰাষ্ট্ৰীয় বিমানবন্দৰ । যোৱাকালিও সংঘটিত হৈছিল এক সোন সৰবৰাহৰ ঘটনা । দিল্লীলৈ সোন সৰবৰাহ কৰিব লওতেই হাতে লুতে ধৰা পৰিল এজন লোক । জানিব পৰা ম'তে যোৱাকালি সন্ধিয়া প্ৰায় ৬বজাত GoAirৰ G8-257 নম্বৰৰ বিমানখনে দিল্লীলৈ উৰা মৰাৰ কথা আছিল আৰু সেই বিমানখনতে আজমত আলী নামৰ এজন লোকে দিল্লীলৈ বুলি উৰা মৰাৰ প্ৰাকমুহুৰ্তত তেওক বিমানবন্দৰত CISFয়ে চিকউৰিটি চেক কৰে কিন্তু তেওৰ গাত এক ধাতুৰ সংকেত পোৱাৰ পিছত তেওক অন্য ঠাইলৈ লৈ গৈ ভালকৈ পৰীক্ষণ কৰাত পোহৰলৈ সোন সৰবৰাহৰ ঘটনা । মলাশয়ৰ ভিতৰত আজমত আলী নামৰ লোকজনে লৈ আনিছিল ৬৬৪ গ্ৰাম সোন যাৰ বজাৰ মুল্য প্ৰায় ২৫.৭৫ লাখ টকা । ৪টা সোনৰ বাৰ(বিস্কুত) ২টাকৈ পেকেটত ভৰাই বেলুনেৰে মেৰিয়াই লৈ আনিছিল এইখিনি সোন ।Conclusion:পিছত লোকজনৰ লগতে জব্দ হোৱা সোনখিনি বিমানবন্দৰৰ CISFয়ে গোটাই দিয়ে Custom বিভাগক ।

দক্ষিণ কামৰূপ/আজাৰা পৰা অজয় দাস,etv bharat assam

(Desk Photos Are Exclusive Please give a watermark)
Last Updated : Nov 14, 2019, 4:51 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.