গুৱাহাটী,16মে': প্ৰথমে মিষ্টাৰ ইণ্ডিয়াৰ খিতাপ, তাৰ পাচত মিষ্টাৰ এছিয়াৰ আৰু শেহতীয়াকৈ মিষ্টাৰ ৱৰ্ল্ড খিতাপ দখল কৰি পুনৰ ইউৰোপলৈ ৰাওনা হৈছে অসম সন্তান গোলাপ ৰাভা । ইউৰোপত অনুষ্ঠিত হ'বলগীয়া PRO and AM world cup, Amberprix international আৰু Pro and Europe championshipত অংশগ্ৰহণ কৰিব গোলাপ ৰাভাই । অহা ১৭ মে'ৰ পৰা ২০ মে'লৈ অনুষ্ঠিত হ'বলগীয়া এই প্ৰতিযোগিতা দুখনত অংশ ল'বলৈ বৃহস্পতিবাৰে বৰঝাৰ বিমান বন্দৰৰ পৰা উৰা মাৰিলে মিষ্টাৰ ৱৰ্ল্ড গোলাপ ৰাভাই । আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পুনৰবাৰ অসমৰ নাম উজলাবলৈ অসমবাসীৰ পৰা আশীৰ্বাদ বিচাৰিছে গোলাপ ৰাভাই । উল্লেখ্য যে ইউৰোপৰ বাবে অসমৰ পৰা এই প্ৰতিযোগিতাত কামৰূপৰ গোলাপ ৰাভা আৰু ডিব্ৰুগড়ৰ দিপাংকৰ শইকীয়া নিৰ্বাচিত হৈছে ।
ইউৰোপলৈ উৰা মাৰিলে গোলাপ ৰাভাই - Amberprix international
ইউৰোপত অনুষ্ঠিত হ'বলগীয়া PRO and AM world cup, Amberprix international আৰু Pro and Europe championshipত অংশগ্ৰহণ কৰিব গোলাপ ৰাভাই । অহা ১৭ মে'ৰ পৰা ২০ মে'লৈ অনুষ্ঠিত হ'বলগীয়া এই প্ৰতিযোগিতা দুখনত অংশ ল'বলৈ বৃহস্পতিবাৰে বৰঝাৰ বিমান বন্দৰৰ পৰা উৰা মাৰিলে মিষ্টাৰ ৱৰ্ল্ড গোলাপ ৰাভাই ।
![ইউৰোপলৈ উৰা মাৰিলে গোলাপ ৰাভাই](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3302752-555-3302752-1558025803505.jpg?imwidth=3840)
গুৱাহাটী,16মে': প্ৰথমে মিষ্টাৰ ইণ্ডিয়াৰ খিতাপ, তাৰ পাচত মিষ্টাৰ এছিয়াৰ আৰু শেহতীয়াকৈ মিষ্টাৰ ৱৰ্ল্ড খিতাপ দখল কৰি পুনৰ ইউৰোপলৈ ৰাওনা হৈছে অসম সন্তান গোলাপ ৰাভা । ইউৰোপত অনুষ্ঠিত হ'বলগীয়া PRO and AM world cup, Amberprix international আৰু Pro and Europe championshipত অংশগ্ৰহণ কৰিব গোলাপ ৰাভাই । অহা ১৭ মে'ৰ পৰা ২০ মে'লৈ অনুষ্ঠিত হ'বলগীয়া এই প্ৰতিযোগিতা দুখনত অংশ ল'বলৈ বৃহস্পতিবাৰে বৰঝাৰ বিমান বন্দৰৰ পৰা উৰা মাৰিলে মিষ্টাৰ ৱৰ্ল্ড গোলাপ ৰাভাই । আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পুনৰবাৰ অসমৰ নাম উজলাবলৈ অসমবাসীৰ পৰা আশীৰ্বাদ বিচাৰিছে গোলাপ ৰাভাই । উল্লেখ্য যে ইউৰোপৰ বাবে অসমৰ পৰা এই প্ৰতিযোগিতাত কামৰূপৰ গোলাপ ৰাভা আৰু ডিব্ৰুগড়ৰ দিপাংকৰ শইকীয়া নিৰ্বাচিত হৈছে ।
Slug:-As_Kam_16may_golap_rabha_europe_821-822_vis+bite+Photo_as10020
Mr.World খিতাপ দখল কৰি পুনৰ ইউৰোপলৈ ৰাওনা অসম সন্তান গোলাপ ৰাভা ।
Ocvo..প্ৰথমে মিষ্টাৰ ইণ্ডিয়া ২০১৭,২০১৮ৰ খিতাপ তাৰ পিছত মিষ্টাৰ এছিয়া ২০১৮ খিতাপ অৰ্জন কৰি WFF-WBBF য়ে আয়োজন কৰা Mr.World খিতাপ দখল কৰি পুনৰ ইউৰোপলৈ ৰাওনা অসম সন্তান গোলাপ ৰাভা । ইউৰোপত অনুস্থিত হ'বলগীয়া PRO and AM world cup,Amberprix international আৰু Pro and Europe championshipত অংশগ্ৰহন কৰিব গোলাপ ৰাভাই । অহা ১৭ মেৰ পৰা ২০ মে লৈ অনুস্থিত হ'ব এই খেলকেইখন । অসমৰ পৰা খেলখনত কামৰূপৰ গোলাপ ৰাভা আৰু ডিব্ৰুগড়ৰ দিপাংকৰ শইকীয়াই নিৰ্বাচিত হৈছে ইউৰোপৰ বাবে । ইউৰোপত অনুস্থিত হ'বলগীয়া এই খেলখনৰ বাবে অসমবাসীৰ পৰা আশীৰ্বাদ বিছাৰিছে গোলাপ ৰাভাই ।
Bite..গোলাপ ৰাভা ।
দক্ষিণ কামৰূপ/আজাৰা পৰা অজয় দাস,etv bharat assam