ETV Bharat / state

গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ সংবাদমেল

অসমীয়া জাতিক ধৰ্মীয় পৰিচয়েৰে ভাগ ভাগ নকৰিবলৈ আহ্বান

pressmeet
author img

By

Published : Mar 12, 2019, 10:40 PM IST

দিচপুৰ , 12 মাৰ্চ : দিছপুৰ প্ৰেছ ক্লাবত সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ সংবাদমেল ৷ অসমৰ খিলঞ্জীয়া ইছলামধৰ্মী গৰিয়া মৰিয়া দেশী আদি জনগোষ্ঠীক লৈ ৰাজনীতি নকৰিবলৈ একাংশ দল সংগঠনক আহ্বান ।

pressmeet

সংবাদমেলখনত সংগঠনটোৱে কয় যে স্বাধীনতাৰ 70 বছৰ পাছতো অসমৰ খিলঞ্জীয়া ইছলামধৰ্মী গৰিয়া মৰিয়া দেশী আদি জনগোষ্ঠীৰ উন্নয়ন নঘটিল । লগতে সংখ্যালঘু নতুবা মুছলমান নাম দি কেৱল ৰাজনীতি হে কৰিলে একাংশ লোকে ৷ কিন্তু বৰ্তমান এই সকল লোকৰ বাবে চৰকাৰে কিছু ব্যৱস্থা গ্ৰহণ কৰাৰ লগে লগে জাঙুৰ খাই উঠিছে ধৰ্মীয় মৌলবাদপুষ্ট বিশেষ সম্প্ৰদায়ৰ একাংশ লোক তথা পাবত গজা কেইবাটাও সংগঠন । লগতে চৰকাৰখনে মুছলমানক ভাগ ভাগ কৰিব খোজা বুলিও অভিযোগ উত্থাপন কৰে সংগঠনটোৱে ৷অসমীয়া জাতিক ধৰ্মীয় পৰিচয়েৰে ভাগ ভাগ কৰিব খোজা এই সকল লোকৰ বাবেই খিলঞ্জীয়া ইছলাম ধৰ্মী লাঞ্চিত বঞ্চিত বুলি সংবাদমেলত অভিযোগ কৰে সংগঠনটোৱে

দিচপুৰ প্ৰেছ ক্লাবত সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ সংবাদমেল ৷তেওলোকে কয় যে স্বাধীনতাৰ 70 বছৰ পাছতো অসমৰ খিলঞ্জীয়া ইছলামধৰ্মী গৰিয়া মৰিয়া দেশী আদি জনগোষ্ঠীৰ উন্নয়ন নোহোৱাৰ লগতে সংখ্যালঘু নতুবা মুছলমান নাম দি কেৱল ৰাজনীতি হে কৰিলে একাংশ লোকে ৷কিন্তু বৰ্তমান এই সকল লোকৰ বাবে চৰকাৰে কিছু ব্যৱস্থা গ্ৰহন কৰাৰ লগে লগে ধৰ্মীয় মৌলবাদপুষ্ট বিশেষ সম্প্ৰদায়ৰ একাংশ লোক জাঙুৰ খাই উঠিছে  লগতে কেইবাটাও পাবত গজা সংগঠন আৰু  এটা ব্যক্তিগত সংবাদ  প্ৰতিষ্ঠানে চৰকাৰ খনে মুছলমানক ভাগ ভাগ কৰিব খোজা বুলি অভিযোগ কৰে ৷লগতে কয় যে আমাৰ ধৰ্মক দোহাই নিশেষ কৰিব খুজিছে এইসকল লোকে  ৷তেওলোকে কেৱল খিলঞ্জীয়া ইছলাম ধৰ্মী লোকৰ বিৰুদ্ধে নহয় অসমৰ অান খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ বিৰুদ্ধে গৈ মৌলবাদী,জেহাদী শক্তিক উচতনি প্ৰদান কৰি অসমীয়া জাতিক ধৰ্মীয় পৰিচয়েৰে ভাগ ভাগ কৰিব খোজা এই সকল লোকৰ বাবেই খিলঞ্জীয়া ইছলাম ধৰ্মী আজি লাঞ্চিত বঞ্চিত বুলি সংবাদমেলত অভিযোগ কৰে তেওলোকে 

Lipika deka..Guwahati
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.