ETV Bharat / state

সোণা উল্লাহক চৰ্ত সাপেক্ষে জামিন

সোণা উল্লাহৰ গোচৰত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়, প্ৰতিৰক্ষা মন্ত্ৰালয়, ৰাজ্য চৰকাৰ, এন আৰ চি কৰ্তৃপক্ষলৈ জাননী প্ৰেৰণ কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে। গোচৰটোৰ তদন্তকাৰী বিষয়া চন্দ্ৰমল দাসৰ বিৰুদ্ধেও জাৰী কৰে গোচৰ।

author img

By

Published : Jun 7, 2019, 5:34 PM IST

Updated : Jun 7, 2019, 8:43 PM IST

ETV BHARAT

গুৱাহাটী ,7 জুন: সোণা উল্লাহক শুকুৰবাৰে চৰ্ত সাপেক্ষে জামিন প্ৰদান কৰিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে ৷সোণা উল্লাহক ডিটেনচন কেম্পত মুক্তিৰ পূৰ্বে তেখেতৰ দুচকুৰ বায় মেট্ৰিক, ফিংগাৰ প্ৰিণ্ট, ফটো লবলৈ নিৰ্দেশ দিয়াৰ লগতে 20 হাজাৰ টকা "চিয়ৰিটি বণ্ড" কৰাৰ লগতে দুগৰাকী স্থানীয় সাক্ষী লোৱাৰ নিৰ্দেশ দিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে ৷

সোণা উল্লাহক চৰ্ত সাপেক্ষে জামিন

গুৱাহাটী উচ্চ ন্যায়ালয়ে সোণা উল্লাহক গোচৰ চলি থকাৰ সময়তে জিলা এৰি নাযাবলৈ নিৰ্দেশ জাৰি কৰে ৷ সোণা উল্লাহৰ হৈ ন্যায়াধীশ মনোজিত ভূঞা আৰু পি কে ডেকাৰ সন্মুখত পক্ষ ৰাখে উচ্চতম ন্যায়ালয়ৰ জেষ্ঠ অধিবক্তা ইন্দিৰা জয়সিং, অসমৰ জেষ্ঠ অধিবক্তা হাফিজ ৰচিদ চৌধুৰীয়ে এই দুগৰাকী জেষ্ঠ অধিবক্তাক সহযোগ কৰে বুৰহানুৰ ৰহমান আৰু ৱাদুত আহমেদে৷

সোণা উল্লাহক জামিন প্ৰদান কৰিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে

এগৰাকী সুদক্ষ প্ৰাক্তন সেনা বিষয়াক বিদেশী বুলি আখ্যা দি ডিটেনচন কেম্পত ৰখা ঘটনাই চৰ্চা লাভ কৰিছিল সমগ্ৰ দেশতে ৷ ইয়াৰ পৰিপ্ৰেক্ষিতত বিনা পাৰিশ্ৰমিকৰে সোণা উল্লাহৰ হৈ ওকালতি কৰিবলৈ আগবাঢ়ি আহে ভাৰতৰ এগৰাকী জ্যেষ্ঠ অধিবক্তা ইন্দিৰা জয়সিং। শুকুৰবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে জামিন প্ৰদান কৰে প্ৰাক্তন সেনা বিষয়া সোণা উল্লাহক ৷সোণা উল্লাহৰ গোচৰত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়, প্ৰতিৰক্ষা মন্ত্ৰালয়, ৰাজ্য চৰকাৰ, এন আৰ চি কৰ্তৃপক্ষলৈ জাননী প্ৰেৰণ কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে। গোচৰটোৰ তদন্তকাৰী বিষয়া চন্দ্ৰমল দাসৰ বিৰুদ্ধেও জাৰি কৰে গোচৰ।

Intro:ছানাউল্লাক জামিন প্ৰদান কৰিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে।

Body:এগৰাকী সুদক্ষ প্ৰাক্তন সেনা বিষয়াক বিদেশী বুলি আখ্যা দি ডিটেনচন কেম্পত ৰখা ঘটনায়ে কেৱল অসমতে নহয়
সমগ্ৰ দেশত জোকাৰণি তুলিছে। যাৰ পৰিপক্ষ স্বৰূপে শুকুৰবাৰে প্ৰাক্তন সেনা বিষয়াক ছানাউল্লাৰ সপক্ষে গুৱাহাটী উচ্চ নয়ালয়ত যুক্তি দৰ্শবলৈ দিল্লীৰ পৰা আহি গুৱাহাটী উপস্থিত হয় উচ্চতম নয়ালয়তৰ জেষ্ঠ অধিবক্তা তথা দেশৰ এগৰাকী আগশাৰী মানৱ অধিকাৰ কৰ্মী ইন্দ্ৰা জয়সিং। উল্লেখনীয় যে বিনা পাৰিশ্ৰমিকৰে ছানাউল্লাৰ হৈ ওকালতি কৰিবলৈ আগবাঢ়ি আহে ভাৰতৰ এগৰাকী জেষ্ঠ অধিবক্তা ইন্দ্ৰা জয়সিং। ছানাউল্লাৰ হৈ ন্যায়াধীশ মনোজিত ভূঞা আৰু পি কে ডেকাৰ সন্মুখত পক্ষ ৰাখে উচ্চতম নয়ালয়তৰ জেষ্ঠ অধিবক্তা ইন্দ্ৰা জয়সিং, অসমৰ জেষ্ঠ অধিবক্তা হাফিজ ৰচিদ চৌধুৰীয়ে এই দুগৰাকী জেষ্ঠ অধিবক্তাক সহযোগ কৰে বুৰহানুৰ ৰহমান। আৰু ৱাদুত আহমেদে,

Conclusion:এগৰাকী সুদক্ষ প্ৰাক্তন সেনা বিষয়াক বিদেশী বুলি আখ্যা দি ডিটেনচন কেম্পত ৰখা ঘটনা শুকুৰবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ত শুনানি হয়। ছানাউল্লাৰ গোচৰত জাননী জাৰি কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়, প্ৰতিৰক্ষা মন্ত্ৰালয়, ৰাজ্য চৰকাৰ, এন আৰ চি কৰ্তৃপক্ষলৈ জাননী প্ৰেৰণ কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে। গোচৰটোৰ তদন্তকাৰী বিষয়া চন্দ্ৰমল দাসৰ বিৰুদ্ধেও জাৰী কৰে গোচৰ।

বাইট: ১ ছানাউল্লাৰ অধিবক্তা

বাইট: ২ আত্মীয়

Asrar Ansari
গুৱাহাটী
Last Updated : Jun 7, 2019, 8:43 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.