ETV Bharat / state

আমিনগাঁৱত জিলা পথ সুৰক্ষা সমিতিৰ উদ্যোগত অনুষ্ঠিত ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহ

author img

By

Published : Jan 21, 2021, 3:43 PM IST

Updated : Jan 21, 2021, 4:08 PM IST

গোলপীয়া বাছত উঠি আমিনগাঁৱত জিলা পথ সুৰক্ষা সমিতিৰ উদ্যোগত অনুষ্ঠিত ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহৰ কাৰ্য্যসূচীৰ শুভাৰম্ভ কৰে গুৱাহাটীৰ সাংসদ কুইন ওজাই ৷ "পথ সুৰক্ষা-জীৱন ৰক্ষা" শীৰ্ষক অনুষ্ঠানত উপস্থিত থাকে আই আই টি গুৱাহাটীৰ অধ্যাপক এ কে মৰিয়া, কামৰূপ জিলা আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰায়, কামৰূপ জিলা উন্নয়ন আয়ুক্ত জয়সিং বে’, অতিৰিক্ত উপায়ুক্ত সত্যজ্যোতি বৰুৱা, ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ অভিযন্তা কল্যান দত্তকে ধৰি জিলা প্ৰশাসনৰ কেইবাগৰাকীও বিষয়া কৰ্মচাৰীৰ লগতে আশা কৰ্মী, অঙ্গনবাড়ী কৰ্মী আৰু ভালে সংখ্যক ৰাইজ ।

GHY-AMINGAON ROAD SAFTY QUEEN OJA
আমিনগাঁৱত জিলা পথ সুৰক্ষা সমিতিৰ উদ্যোগত অনুষ্ঠিত ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহ

আমিনগাঁও, 21 জানুৱাৰী : আমিনগাঁৱত জিলা পথ সুৰক্ষা সমিতিৰ উদ্যোগত অনুষ্ঠিত হৈছে ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহৰ কাৰ্য্যসূচী ৷ ৰাইজৰ মাজত পথ সুৰক্ষা সজাগতা বৃদ্ধিৰ লক্ষ্যৰে আমিনগাঁৱৰ পৰা কমলপুৰলৈ উলিওৱা হয় বাইক ৰেলী । এই ৰেলীৰ ফ্লেগ অফ কৰি গোলপীয়া ৰঙৰ বাছত উঠি ৰেলীত অংশগ্ৰহণ কৰে গুৱাহাটীৰ সাংসদ কুইন ওজাই ৷ কামৰূপ জিলা পৰিবহন বিষয়াই আঁত ধৰা "পথ সুৰক্ষা-জীৱন ৰক্ষা" শীৰ্ষক অনুষ্ঠানত উপস্থিত থাকে আই আই টি গুৱাহাটীৰ অধ্যাপক এ কে মৰিয়া, কামৰূপ জিলা আৰক্ষী অধিক্ষক হিতেশ চন্দ্ৰ ৰায়, কামৰূপ জিলা উন্নয়ন আয়ুক্ত জয়সিং বে’, অতিৰিক্ত উপায়ুক্ত সত্যজ্যোতি বৰুৱা, ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ অভিযন্তা কল্যান দত্তকে ধৰি জিলা প্ৰশাসনৰ কেইবাগৰাকীও বিষয়া কৰ্মচাৰীৰ লগতে আশা কৰ্মী, অঙ্গনবাড়ী কৰ্মী আৰু ভালে সংখ্যক ৰাইজ ।

এই অনুষ্ঠানত উপস্থিত থাকি গুৱাহাটীৰ সাংসদ কুইন ওজাই AIUDF প্ৰধান বদৰুদ্দিন আজমলে পুনৰ অসমত বিজেপি চৰকাৰ হ'লে ৰাজ্যৰ মছজিদ সমূহ ভাঙি দিব আৰু মুছলমান মহিলা সকলে বোৰ্খা পিন্ধিব নোৱাৰিব বুলি কৰা বিতৰ্কিত মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, আজমলৰ মগজুৰ বিকৃতি ঘটিছে আৰু সেয়ে AIUDF প্ৰধান বদৰুদ্দিন আজমলৰ মগজুৰ বিকৃতি ঘটাৰ বাবে হকে-বিহকে প্ৰলাপ বকিছে ৷

লগতে পঢ়ক :তেজপুৰ বায়ুসেনাৰ ঘাটি শত্ৰু পক্ষক প্ৰতিৰোধ কৰিবলৈ সদা প্ৰস্তুত

Last Updated : Jan 21, 2021, 4:08 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.