ETV Bharat / state

অনিৰ্দিষ্ট কাললৈ বন্ধ থাকিব উত্তৰ পূৱৰ আটাইকেইটা ৰন্ধন গেছ প্ৰকল্প

নৰ্থ ইষ্ট পেক্ট এল পি জি ট্ৰেন্সপ'টাৰ এছ'চিয়েচনে গ্ৰহণ কৰা ধৰ্মঘট কাৰ্যসূচীৰ বাবে বন্ধ ৰখা হ’ব উত্তৰ গুৱাহাটী ৰন্ধন গেছ প্ৰকল্প, বঙাইগাঁও ৰন্ধন গেছ প্ৰকল্প, মিৰ্জা ৰন্ধন গেছ প্ৰকল্প, গোপানাৰী ৰন্ধন গেছ প্ৰকল্প, চেকমাই ৰন্ধন গেছ প্ৰকল্প, ডিমাপুৰ ৰন্ধন গেছ ছিলিণ্ডাৰ প্ৰকল্প, আৰু ত্ৰিপুৰা ৰন্ধন গেছ প্ৰকল্প ।

author img

By

Published : Aug 26, 2020, 7:03 PM IST

from 27 august all LPG bottlng plant of North East will remain close
অনিৰ্দিষ্ট কাললৈ বন্ধ থাকিব উত্তৰ পূৱৰ আটাইকেইটা ৰন্ধন গেছ প্ৰকল্প

উত্তৰ গুৱাহাটী, 26 আগষ্টঃ ৰাজ্যবাসীৰ বাবে দুঃখবৰ ৷ ৰাজ্যত পুনৰ গেছ ছিলিণ্ডাৰৰ নাটনি হোৱাৰ সম্ভাৱনা ৷ 27 আগষ্টৰ পৰা বন্ধ থাকিব উত্তৰ পূৱৰ আটাইকেইটা ৰন্ধন গেছৰ প্ৰকল্প ৷

উল্লেখ্য যে, নৰ্থ ইষ্ট পেক্ট এল পি জি ট্ৰেন্সপ'টাৰ এছোচিয়েচনে গ্ৰহণ কৰা ধৰ্মঘট কাৰ্যসূচীৰ বাবে বন্ধ ৰখা হ’ব উত্তৰ গুৱাহাটী ৰন্ধন গেছ প্ৰকল্প, বঙাইগাঁও ৰন্ধন গেছ প্ৰকল্প, মিৰ্জা ৰন্ধন গেছ প্ৰকল্প, গোপানাৰী ৰন্ধন গেছ প্ৰকল্প, চেকমাই ৰন্ধন গেছ প্ৰকল্প, ডিমাপুৰ ৰন্ধন গেছ ছিলিণ্ডাৰ প্ৰকল্প, আৰু ত্ৰিপুৰা ৰন্ধন গেছ প্ৰকল্প ।

আই অ চিৰ নিবিদা আহ্বানৰ কাৰ্যালয় গুৱাহাটীৰ পৰা কলিকতালৈ উঠাই নিয়াৰ সিদ্ধান্তৰ বিৰুদ্ধে এই ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰিছে নৰ্থ ইষ্ট পেক্ট এল পি জি ট্ৰেন্সপ'টাৰ এছ'চিয়েচনে ৷ লগতে আই অ চি কৃৰ্তপক্ষই নিবিদাত পূৰ্ব লাভাংশৰ হাৰ কমাই দি থলুৱাক বঞ্চিত কৰি বণিক গোষ্ঠীক সুবিধা প্ৰদানৰো বিৰোধfতা কৰিছে এছ'চিয়েচনে ৷

লগতে পঢ়ক-বঙাইগাঁৱত ট্ৰাক চালকৰ হত্যাকাণ্ডত জড়িত দুজনক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.