কামৰূপ, 2 ডিচেম্বৰঃ মহানগৰীৰ যান্ত্ৰিকতাৰ পৰা আঁতৰি চানডুবিৰ প্ৰাকৃতিক সৌন্দৰ্য্য উপভোগ বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ ৷ চানডুবিত পৰ্যটনৰ উপস্থিতি বৃদ্ধি কৰা সন্দৰ্ভত দেওবাৰে বন বিভাগৰ এটি দল লৈ বিলৰ পাৰত উপস্থিত হয় বনমন্ত্ৰীগৰাকী ৷ মন্ত্ৰী গৰাকীয়ে চানডুবি বিলত নৌকা বিহাৰ কৰি বিলৰ সিপাৰে থকা জৰাম খুৰীয়া গাঁৱখনো পৰিদৰ্শন কৰে । মন্ত্ৰীগৰাকীয়ে অঞ্চলতোৰ একাংশ দল সংগঠনৰ নেতৃত্বৰ সৈতে মিলিত হৈ বিভিন্ন সমস্যাৰ সন্দৰ্ভত আলোচনা কৰে ৷ লগতে বনধ্বংস ৰোধ কৰাত ৰাইজৰ সহযোগৰ বাবে ধন্যবাদ জনায় বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই ৷
চানডুবিৰ প্ৰাকৃতিক সৌন্দৰ্য্য উপভোগ বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ - Parimal suklabaidya st chandubi Lake
চানডুবিলৈ পৰ্যটনৰ উপস্থিতি বৃদ্ধি কৰা সন্দৰ্ভত দেওবাৰে বন বিভাগৰ এটি দল লৈ বিলৰ পাৰত উপস্থিত হয় বনমন্ত্ৰী পৰিমল শুক্লবৈদ্য৷ মন্ত্ৰী গৰাকীয়ে চানডুবি বিলত নৌকা বিহাৰ কৰি বিলৰ সিপাৰে থকা জৰাম খুৰীয়া গাঁৱখনো পৰিদৰ্শন কৰে ।
![চানডুবিৰ প্ৰাকৃতিক সৌন্দৰ্য্য উপভোগ বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ Forest Minister Parimal suklabaidya visit chandubi Lake](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-5242599-thumbnail-3x2-k.jpg?imwidth=3840)
কামৰূপ, 2 ডিচেম্বৰঃ মহানগৰীৰ যান্ত্ৰিকতাৰ পৰা আঁতৰি চানডুবিৰ প্ৰাকৃতিক সৌন্দৰ্য্য উপভোগ বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ ৷ চানডুবিত পৰ্যটনৰ উপস্থিতি বৃদ্ধি কৰা সন্দৰ্ভত দেওবাৰে বন বিভাগৰ এটি দল লৈ বিলৰ পাৰত উপস্থিত হয় বনমন্ত্ৰীগৰাকী ৷ মন্ত্ৰী গৰাকীয়ে চানডুবি বিলত নৌকা বিহাৰ কৰি বিলৰ সিপাৰে থকা জৰাম খুৰীয়া গাঁৱখনো পৰিদৰ্শন কৰে । মন্ত্ৰীগৰাকীয়ে অঞ্চলতোৰ একাংশ দল সংগঠনৰ নেতৃত্বৰ সৈতে মিলিত হৈ বিভিন্ন সমস্যাৰ সন্দৰ্ভত আলোচনা কৰে ৷ লগতে বনধ্বংস ৰোধ কৰাত ৰাইজৰ সহযোগৰ বাবে ধন্যবাদ জনায় বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই ৷
Body:Ocvo..চানডুবিৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিলে বনমন্ত্ৰী পৰিমল শুক্লপদ্যই । গুৱাহাটী মহানগৰীৰ যান্ত্ৰীকতাৰ পৰা কিছু আতৰি প্ৰাকৃতিৰ অনুৰূপ সৌন্দৰ্য্যৰে ভৰপুৰ
চানডুবিক কেনেদৰে পৰ্যটকৰ আকৰ্ষণ কৰিব পাৰি সেই সন্দৰ্ভত দেওবাৰে বন বিভাগৰ এটি উচ্চ পদস্ত দল লৈ বিলৰ পাৰত উপস্থিত হৈ পৰিদৰ্শন কৰে চান্দডুবিৰ সৌন্দৰ্য । মন্ত্ৰী গৰাকীয়ে চানডুবি বিলত প্ৰায় এক দেৰঘণ্টা সময় ধৰি নৌকা বিহাৰো কৰি বিলৰ সিপাৰে থকা জৰাম খুৰীয়াগাওঁ খনো পৰিদৰ্শন কৰে ।
বিলৰ পাৰত মন্ত্ৰী গৰাকী উপস্থিত হয়ে অঞ্চলতোৰ একাংশ দল সংগঠনৰ নেতৃত্বৰ সৈতে মিলিত হৈ বিভিন্ন সমস্যাৰ সন্দৰ্ভত আলোচনা কৰাৰ লগতে বনধ্বংস ৰোধ কৰাত ৰাইজৰ সহযোগক ধন্যবাদ জনাই মন্ত্রী গৰাকীয়ে ।Conclusion:লগতে সকলোকে চানডুবিৰ সৌন্দৰ্য্য উপভোগ কৰিবলৈ আহিবলৈ মন্ত্ৰী পৰিমল শুক্ল্যবদ্যই ।
Bite..পৰিমল শুক্লবদ্য ।
দক্ষিণ কামৰূপ/আজাৰা পৰা অজয় দাস,etv bharat assam